ছিলেটী জাতীয়তাবাদ বা ছিলঠীয়া জাতীয়তাবাদ হৈছে এক সাংস্কৃতিক আৰু সামাজিক আন্দোলন, যিয়ে চিলেটৰ ভাষা, ইতিহাস আৰু সংস্কৃতিৰ আধাৰিত এক অনন্য ছিলেটী পৰিচয়ৰ দাবী কৰে। তেওঁলোকে দাবী কৰে যে ছিলেটী বা ছিলঠীয়া ভাষা বঙালী ভাষাৰ উপভাষা নহয়, ই এটা সুকীয়া ভাষা।
ছিলেটী জাতীয়তাবাদৰ প্ৰভাৱ
ছিলেটী জাতীয়তাবাদৰ বাবে যুক্তৰাজ্যৰ কিছুমান বিদ্যালয়ত ছিলঠীয়া ভাষাৰ পাঠদান কৰা হয়। ইয়াৰ উপৰিও এই আন্দোলনে ছিলঠীয়া নাগৰী লিপি সংৰক্ষিত কৰি ৰখাত গুৰুত্ব দিছে।
বাংলাদেশত ছিলঠীয়া ভাষা ভাষা প্ৰধানকৈ চিলেট বিভাগ আৰু ইয়াৰ আশে-পাশে থকা জিলাসমূহত কোৱা হয়। ১২৩ ভাৰতৰ অসম, ত্ৰিপুৰা, মেঘালয় আৰু মণিপুৰত ছিলঠীয়া ভাষা ভাষী লোকে বাস কৰে।
আৰু চাওক
তথ্যসূত্ৰ
- ↑ (21 March 2025). An Effort to Preserve the Heritage of the Sylheti Language. The Business Standard
- ↑ Article from LDD Journal. LDD Journal
- ↑ (21 March 2025). An Effort to Preserve the Heritage of the Sylheti Language. The Business Standard
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছিলঠীয়া জাতীয়তাবাদ” প্ৰবন্ধৰ সংশোধন ৫৭০৩৫১ (১৮ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।