বহুজাতিক কোম্পানী
৪ প্ৰবন্ধ
-
এমাজন (কোম্পানী)
আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমাজ’ন ডট কম হৈছে পৃথিৱীৰ সকলোতকৈ ডাঙৰ বহুজাতিক ই-বাণিজ্য প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় যুক্তৰাষ্ট্ৰৰ চিয়াট্টল, ৱাচিংটনত। প্ৰথমে নিজৰ ৱেবচাইটৰ যোগেদি কিতাপ বিক্ৰীৰে নিজৰ ব্যৱসায় আৰম্ভ কৰা আমাজ’ন ডট কমে পাছলৈ চফটৱেৰ, গেমছ, ইলেকট্ৰনিকচ সঁজুলি, এম পি থ্ৰী ডাউনলোড, ঘৰুৱা…
-
জ'মাট'
জ’মাট’ বা জ’মেট’ এটি ভাৰতীয় বহুজাতিক কোম্পানী। জ’মাট’ই চহৰে-চহৰে বিভিন্ন ৰেস্তোৰাঁক অনলাইন একত্ৰিত কৰে আৰু খাদ্য ডেলিভাৰী কৰে। কোম্পানীটো দীপিন্দৰ গোয়ল আৰু পংকজ চদ্দাই ২০০৮ চনত আৰম্ভ কৰিছিল।
-
ফ্লিপকাৰ্ট
ফ্লিপকাৰ্ট হৈছে কৰ্ণাটকৰ বাংগালোৰত অৱস্থিত এক ভাৰতীয় ই-কমাৰ্চ প্ৰতিষ্ঠান। পূৰ্বতে আমাজ’ন ডট কমত কৰ্মৰত ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দিল্লীৰ দুজন স্নাতক শচীন বানচাল আৰু বিন্নী বানচালে ২০০৭ চনত ফ্লিপকাৰ্ট আৰম্ভ কৰে।
-
চুইগী
চুইগী (Swiggy) হৈছে গ্ৰাহকে অনলাইন মাধ্যমেৰে খাদ্য অৰ্ডাৰ কৰিব পৰা আৰু ঘৰতে পাব পৰা এটা ৱেব প্লেটফৰ্ম। ২০১৪ চনত প্ৰতিষ্ঠা হোৱা চুইগীয়ে, ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ তথ্য মতে ৫০০ খনতকৈও অধিক ভাৰতৰ চহৰত ব্যৱসায় কৰে৷ খাদ্য বিতৰণৰ লগতে চুইগী-এ Instamart নামেৰে খাদ্য সামগ্ৰী বিতৰণ কৰে আৰু "Swiggy Genie"…