অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চীন মান সময়

চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ (পিআৰসি) বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮। পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময়, হংকং মান সময়, মাকাউ মান সময়, ছিঙ্গাপুৰ…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৮৩ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ (পিআৰসি) বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮।১

পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময়, হংকং মান সময়, মাকাউ মান সময়, ছিঙ্গাপুৰ মান সময়, ফিলিপাইন মান সময় ইত্যাদি। উদাহৰণ স্বৰূপে, ইউটিসিত মধ্যৰাতি চীন মান সময়ৰ বাবে পূৱা ৮ বজা।

গণপ্ৰজাতন্ত্ৰী চীনত ১৯৮৬ পৰা ১৯৯১ পৰ্যন্ত দিবালোক সংৰক্ষণ সময় মানি চলিছিল, কিন্তু আৰু নকৰিলে।২

তথ্যসূত্ৰ

Time in China#People's Republic of China

তথ্যসূত্ৰ

  1. ↑ (2007-08-29). Time Zone. Official Website. Foreign Affairs Office of the People's Government of Yunnan Province
  2. ↑ (2007-07-07). Chinese political advisors make suggestions on resource saving. Chinese Government's Official Web Portal. People's Republic of China

সম্পৰ্কিত শ্ৰেণী

সময় অঞ্চল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চীন মান সময়” প্ৰবন্ধৰ সংশোধন ৩৮০৮৪৮ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।