গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ (UTC+05:30) গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰীলংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
মান সময় হিচাপে
দক্ষিণ এছিয়া
- ভাৰত (নতুন দিল্লী, মুম্বাই, কলকাতা, চেন্নাই) - ভাৰতীয় মান সময়
- শ্ৰীলংকা - শ্ৰীলংকাৰ মান সময়।
তথ্য সংগ্ৰহ
Huso horario#UTC+05:30, E†
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীনউইছ মান সময়+০৫:৩০” প্ৰবন্ধৰ সংশোধন ২৩৪৬৫৭ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।