সময় অঞ্চল
৫ প্ৰবন্ধ
-
ভাৰতীয় মান সময়
ভাৰতীয় মান সময় (IST) হৈছে সমূহ ভাৰতৰ বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰীনউইছৰ লগত ইয়াৰ সময় পাৰ্থক্য গ্ৰীনউইছ মান সময়+০৫:৩০। ভাৰতে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ নকৰে। ১৯৬২ আৰু ১৯৬৫ চনত যুদ্ধৰ সময়ত অৱশ্যে কিছু সময়ৰ বাবে দিবালোক সংৰক্ষণ সময় ব্যৱহাৰ কৰিছিল।
-
সময় অঞ্চল
সময় অঞ্চল (Time zone) হৈছে পৃথিৱীৰ ওপৰৰ একো একোটা নিৰ্দিষ্ট এলেকা য'ত সামাজিক, আইনগত আৰু ব্যবসায়জনীত কাৰণত একেই 'মান সময়' মানি চলা হয়। পৃথিবীৰ আহ্নিক গতিৰ ফলত পৃথিবীৰ ভিন ভিন স্থানত দিনটোৰ একেচোৱা সময়তে সংশ্লিষ্ট স্থানসমূহৰ ঘড়ীবোৰে সেইচোৱা সময়ৰ উপযুক্ত সময়ৰ মান সূচাব পাৰে তাৰ বাবে ভিন ভিন…
-
গ্ৰীনউইছ মান সময়+০৫:৩০
গ্ৰীনউইছ মান সময়+০৫:৩০ চমুকৈ গ্ৰী.মা.স.+৫.৩০ (UTC+05:30) গ্ৰীনউইছ মান সময় নিৰূপনৰ এক পৰিচয়ক। এই সময় ভাৰত আৰু শ্ৰী লংকাত ব্যৱহৃত হয়। এই সময় গ্ৰীনউইছ মান সময়তকৈ ৫.৩০ ঘণ্টা আগত. কুনলুম সময় ক্ষেত্ৰৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
-
চীন মান সময়
চীন মান সময় অথবা বেইজিং সময় হৈছে গণপ্ৰজাতন্ত্ৰী চীনৰ (পিআৰসি) বাবে ব্যৱহৃত সময় অঞ্চল। গ্ৰিনিছৰ সৈতে ইয়াৰ সময় পাৰ্থক্য ইউটিসি+৮। পূৰ্ব এছিয়াৰ মালয়েছেয়া আৰু ফিলিপাইন সহ অন্যান্য অঞ্চলত একেই অফসেট সময় বিভিন্ন নামত ব্যৱহৃত হয় যেনে শাংগিওয়ান মান সময়, হংকং মান সময়, মাকাউ মান সময়, ছিঙ্গাপুৰ…
-
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়াঞ্চল
আমেৰিকা যুক্তৰাষ্ট্ৰৰ সময়ক আইন অনুসৰি নটা সময় অঞ্চলত ভাগ কৰা হৈছে। দেশখনৰ বেছিভাগ অঞ্চলতে দিবালোক সংৰক্ষণ সময় মানি চলা হয়। এই সময় অঞ্চলসমূহৰ সীমা আৰু দিবালোক সংৰক্ষণ সময়ৰ নীতি-নিয়ম আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰিবহণ বিভাগৰ আধিনত পৰিচালিত হয়।