অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

চিৰিলিক লিপি

চিৰিলিক লিপি হৈছে পূব ইউৰোপ, উত্তৰ এছিয়া আৰু মধ্য এছিয়াত ভৌগোলিকভাৱে ব্যৱহৃত এক অধ্বনিগত বৰ্ণানুক্ৰমিক লিপি। বৰ্তমান চিৰিলিক লিপি ১২খন দেশৰ ৰাষ্ট্ৰীয় লিপি আৰু বিশ্বৰ ৫ম সৰ্বাধিক ব্যৱহৃত লিখন ব্যৱস্থা।

হালনাগাদ: ১৩ ডিচেম্বৰ ২০২৪ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

চিৰিলিক লিপি হৈছে পূব ইউৰোপ, উত্তৰ এছিয়া আৰু মধ্য এছিয়াত ভৌগোলিকভাৱে ব্যৱহৃত এক অধ্বনিগত বৰ্ণানুক্ৰমিক লিপি। বৰ্তমান চিৰিলিক লিপি ১২খন দেশৰ ৰাষ্ট্ৰীয় লিপি আৰু বিশ্বৰ ৫ম সৰ্বাধিক ব্যৱহৃত লিখন ব্যৱস্থা। ২০০৭ চনৰ ১ জানুৱাৰীত বুলগেৰিয়াই ইউৰোপীয় সংঘত যোগদান কৰাৰ লগে লগে চিৰিলিক লেটিন আৰু গ্ৰীক বৰ্ণমালাৰ পিছত ইউৰোপীয় সংঘৰ তৃতীয় চৰকাৰী লিপি হিচাপে পৰিগণিত হয়।১

২০১১ চনলৈকে বিশ্বৰ আৰু বিশেষকৈ ইউৰেছিয়াত ২৫ কোটি ২০ লাখ মানুহে এই লিপিক নিজৰ নিজৰ ভাষাৰ স্বীকৃতিপ্ৰাপ্ত লিপি হিচাপে ব্যৱহাৰ কৰে। কিন্তু ইয়াৰে আধাতকৈ অধিক ৰাছিয়ান। ৰাছিয়ান, ইউক্ৰেইনিয়ান, বেলাৰুছিয়ান, বুলগেৰিয়ান, কিৰ্গিজ, কাজাখ, মংগোলিয়ান, ছাৰ্বিয়ান আৰু তাজিক ভাষা লিখিবলৈ ছিৰিলিক লিপি ব্যৱহাৰ কৰা হয়। ইয়াৰ বাহিৰেও টাটাৰ ভাষা, উজবেক ভাষা, আজাৰবাইজান ভাষা, ৰোমানিয়ান ভাষা আৰু তুৰ্কমেন ভাষা লিখিবলৈ এসময়ত চিৰিলিক লিপি ব্যৱহাৰ কৰা হৈছিল, কিন্তু এতিয়া ব্যৱহাৰ কৰা নহয়।

ইউনিকোড

U+0123456789ABCDEF
0400ЀЁЂЃЄЅІЇЈЉЊЋЌЍЎЏ
0410АБВГДЕЖЗИЙКЛМНОП
0420РСТУФХЦЧШЩЪЫЬЭЮЯ
0430абвгдежзийклмноп
0440рстуфхцчшщъыьэюя
0450ѐёђѓєѕіїјљњћќѝўџ
0460ѠѡѢѣѤѥѦѧѨѩѪѫѬѭѮѯ
0470ѰѱѲѳѴѵѶѷѸѹѺѻѼѽѾѿ
0480Ҁҁ҂҃҄҅҆҇҈҉ҊҋҌҍҎҏ
0490ҐґҒғҔҕҖҗҘҙҚқҜҝҞҟ
04A0ҠҡҢңҤҥҦҧҨҩҪҫҬҭҮү
04B0ҰұҲҳҴҵҶҷҸҹҺһҼҽҾҿ
04C0ӀӁӂӃӄӅӆӇӈӉӊӋӌӍӎӏ
04D0ӐӑӒӓӔӕӖӗӘәӚӛӜӝӞӟ
04E0ӠӡӢӣӤӥӦӧӨөӪӫӬӭӮӯ
04F0ӰӱӲӳӴӵӶӷӸӹӺӻӼӽӾӿ
0500ԀԁԂԃԄԅԆԇԈԉԊԋԌԍԎԏ
0510ԐԑԒԓԔԕԖԗԘԙԚԛԜԝԞԟ
0520ԠԡԢԣԤԥԦԧԨԩԪԫԬԭԮԯ
2DE0ⷠⷡⷢⷣⷤⷥⷦⷧⷨⷩⷪⷫⷬⷭⷮⷯ
2DF0ⷰⷱⷲⷳⷴⷵⷶⷷⷸⷹⷺⷻⷼⷽⷾⷿ
A640ꙀꙁꙂꙃꙄꙅꙆꙇꙈꙉꙊꙋꙌꙍꙎꙏ
A650ꙐꙑꙒꙓꙔꙕꙖꙗꙘꙙꙚꙛꙜꙝꙞꙟ
A660ꙠꙡꙢꙣꙤꙥꙦꙧꙨꙩꙪꙫꙬꙭꙮ꙯
A670꙰꙱꙲꙳ꙴꙵꙶꙷꙸꙹꙺꙻ꙼꙽꙾ꙿ
A680ꚀꚁꚂꚃꚄꚅꚆꚇꚈꚉꚊꚋꚌꚍꚎꚏ
A690ꚐꚑꚒꚓꚔꚕꚖꚗꚘꚙꚚꚛꚜꚝꚟ

তথ্যসূত্ৰ

  1. ↑ Orban, Leonard. (24 May 2007). Cyrillic, the third official alphabet of the EU, was created by a truly multilingual European. ইউৰোপিয়ান ইউনিয়ন

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিৰিলিক লিপি” প্ৰবন্ধৰ সংশোধন ৪৫৪৭০৮ (১৩ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।