অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গ্ৰীক বৰ্ণমালা

গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে - # Α α আলফা(alpha), Β β বিটা(beta), Γ γ গামা(gamma), Δ δ ডেলটা(delta), Ε ε…

হালনাগাদ: ১৯ মে’ ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৪৮
সংশোধনৰ পৰামৰ্শ

গ্ৰীক আখৰ গ্ৰীক বৰ্ণমালাৰ ব্যৱহাৰ ন শতিকাৰ শেষৰ ফালে নাইবা আঠ শতিকাৰ আৰম্ভণিত হৈছিল। এই বৰ্ণমালা সমূহ ফিনিসীয়(Phoenician) বৰ্ণমালাৰ পৰা লোৱা হৈছে। বৰ্তমান গ্ৰীক ভাষা লিখিবলৈ ব্যৱহাৰ কৰা ২৪টা গ্ৰীক আখৰ হৈছে১ -

  1. Α α আলফা(alpha),
  2. Β β বিটা(beta),
  3. Γ γ গামা(gamma),
  4. Δ δ ডেলটা(delta),
  5. Ε ε এপছাইলন(epsilon),
  6. Ζ ζ জিটা(zeta),
  7. Η η ইটা(eta),
  8. Θ θ থিটা(theta),
  9. Ι ι আয়'টা(iota),
  10. Κ κ কাপ্পা(kappa),
  11. Λ λ লেমডা(lambda),
  12. Μ μ মিউ(mu),
  13. Ν ν নিউ(nu),
  14. Ξ ξ জাই(ksi),
  15. Ο ο ওমিক্ৰন(omicron),
  16. Π π পাই(pi),
  17. Ρ ρ ৰো(rho),
  18. Σ σ/ς চিগমা(sigma)
  19. Τ τ টাও(tau),
  20. Υ υ আপচিলন(upsilon),
  21. Φ φ ফাই(phi),
  22. Χ χ কাই(chi),
  23. Ψ ψ ছাই(psi), aru
  24. Ω ω ওমেগা(omega)

অব্যৱহৃত আখৰ

আখৰফিনিছীয় আখৰনামপ্ৰাচীন গ্ৰীকক্লাছিকেল প্ৰাচীন গ্ৰীকসংখ্যা
ইংৰাজীমধ্যযুগীয় গ্ৰীকআধুনিক গ্ৰীক
Ϝ ϝWawDigammaw6
Ϛ ϛStigmast6
Ͱ ͱHethHethHeta–h–
Ϻ ϻSadeSadeSans–
Ϟ ϟ (Ϙ ϙ)QophQophKoppaq90
Ϡ ϡ (Ͳ ͳ)SadeSadeSampi–ss,,900
Ϸ ϸShinShinSho––sh–

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ The Alphabet/Το Αλφάβητο

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰীক বৰ্ণমালা” প্ৰবন্ধৰ সংশোধন ৫১০২৬৭ (১৯ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।