অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

চিলাপথাৰ মহাবিদ্যালয়

চিলাপথাৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৭৯ চনত স্থাপিত মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। মহাবিদ্যালয়খন অসমত ধেমাজী জিলাৰ চিলাপথাৰত অৱস্থিত।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৩২ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

চিলাপথাৰ মহাবিদ্যালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। ১৯৭৯ চনত স্থাপিত মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সৈতে জড়িত হৈ আছে। মহাবিদ্যালয়খন অসমত ধেমাজি জিলাৰ চিলাপথাৰত অৱস্থিত।১

বিভাগসমূহ

কলা আৰু বাণিজ্য

তথ্যসূত্ৰ

  1. ↑ Affiliated College of Dibrugarh University

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চিলাপথাৰ মহাবিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৬১৮১৯৭ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।