অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চাভাক্কাড সমুদ্ৰতট

চাক্কাভাড (Chavakkad Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ চাভাক্কাড পৌৰসভাৰ এখন সমুদ্ৰতট।

হালনাগাদ: ৯ আগষ্ট ২০২৬ ৭৫ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

চাক্কাভাড (Chavakkad Beach) ভাৰতৰ কেৰালা ৰাজ্যৰ থ্ৰিচূৰ জিলাৰ চাভাক্কাড পৌৰসভাৰ এখন সমুদ্ৰতট। ১২৩৪

অৱস্থিতি

আৰৱ সাগৰৰ উপকূলত অৱস্থিত এই সমুদ্ৰতটটিয়ে বহু পৰ্যটকক আকৰ্ষণ কৰে। ই গুৰুৱায়ূৰস্থিত শ্ৰীকৃষ্ণ মন্দিৰৰপৰা প্ৰায় ৫ কিলোমিটাৰ দূৰত অৱস্থিত।

বৰ্ণনা

এই সমুদ্ৰতটত নদী আহি সাগৰৰ সৈতে মিলিত হৈছে, যাৰ ফলত এটা মোহনা গঠন হৈছে। এই মিলনস্থলক মালয়ালম ভাষাত 'আঝিমুখম' (Azhimukham) বুলি কোৱা হয়। দেশীয় পৰ্যটকৰ মাজত তুলনামূলকভাৱে কম পৰিচিত হোৱাৰ বাবে এই সমুদ্ৰতট কেৰালাৰ অন্যতম আকৰ্ষণীয় আৰু অন্বেষণ নোহোৱা সমুদ্ৰতট হিচাপে গণ্য কৰা হয়। ৫৬

তথ্যসূত্ৰ

  1. ↑ Chavakkad Beach in Thrissur. www.keralatourism.org
  2. ↑ Chavakkad Beach: View Images, Timing and Reviews. Tripoto
  3. ↑ Chavakkad Beach Boat Rides · Fun Watersports on Open Kerala Coastline. Adventure Tourism
  4. ↑ tripuntold. www.tripuntold.com
  5. ↑ Chavakkad Beach, Thrissur. Kerala Tourism
  6. ↑ Chavakkad Beach, Thrissur. Mykeralavacation

সম্পৰ্কিত শ্ৰেণী

কেৰালাত পৰ্যটন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চাভাক্কাড সমুদ্ৰতট” প্ৰবন্ধৰ সংশোধন ৬২৫৪৮৩ (৯ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।