চন্দ্ৰমল্লিকা হৈছে ইৰিডেচি পৰিয়ালৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ। স্পেনিছ ভাষীৰ মাজত এই উদ্ভিদজোপাক লাগ্ৰিমাছ ডে লা ভিৰজেন ("কুমাৰীৰ চকু পানী") বুলি বিখ্যাত।
অন্য ইলোথেৰাইন (Eleutherine) প্ৰজাতিৰ দৰেই চন্দ্ৰমল্লিকাৰ শিপা টেমুনাযুক্ত; পাতৰ আকাৰ ডাঙৰ; আৰু সৰু, বগা সন্ধিয়া সময়ত ফুলা ফুল ফুলে। দক্ষিণ মেক্সিকো আৰু এমাজনৰ বৰ্ষা−অৰণ্য, পেৰু, বলিভিয়া, একুৱেডৰ, গুয়ানা, ছুৰিনেম আৰু ফ্ৰেন্স গুইনাৰ সীমান্তবৰ্তী অঞ্চল, ইয়াৰোপৰি ব্ৰাজিলৰ আমাপা আৰু আৰ্ছিত এই উদ্ভিদ দেখা পোৱা যায়। ঔষধি গুণযুক্ত হোৱা বাবে সমগ্ৰ বিশ্বতে ইয়াৰ খেতি কৰা হয়।
E. latifoliaৰ দৰে E. bulbosaৰ মূল ক্ৰমজমৰ সংখ্যা হৈছে x=6 (2n=12)।১
১৯৬৫ চনত E. bulbosa subsp. citriodora নামৰ ইয়াৰ এটা উপ−প্ৰজাতিৰ আবিস্কাৰ কৰা হৈছিল।২
বাহ্যিক সংযোগ
- Eleutherine bulbosa (Mill.) Urb at the Catalogue of Life. Retrieved 5 June 2019.
- Eleutherine bulbosa (Mill.) Urb at the National Center for Biotechnology Information. Retrieved 5 June 2019.
তথ্যসূত্ৰ
- ↑ Peter Goldblatt and Neil Snow. 1991. Systematics and Chromosome Cytology of Eleutherine Herbert (Iridaceae). Annals of the Missouri Botanical Garden, Vol. 78, No. 4 (1991), pp. 942-949
- ↑ Eleutherine bulbosa. Tropicos. Missouri Botanical Garden
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চন্দ্ৰমল্লিকা ফুল” প্ৰবন্ধৰ সংশোধন ৫৪০৮৮৫ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।