অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

গ্ৰন্থমেলা

গ্ৰন্থমেলাৰ সংজ্ঞা: গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। গ্ৰন্থ হ’ল আধুনিক যুগৰ আটাইতকৈ মহত্তম উপাদান। ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰিলে।

হালনাগাদ: ২৫ আগষ্ট ২০২৫ ১১৩ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

গ্ৰন্থমেলাৰ সংজ্ঞা: গ্ৰন্থমেলা হ'ল এটা বাণিজ্যিক অনুষ্ঠান য'ত প্ৰকাশকে কিতাপ প্ৰদৰ্শন আৰু ব্যৱসায় কৰে। গ্ৰন্থ হ’ল আধুনিক যুগৰ আটাইতকৈ মহত্তম উপাদান। ছপাখানাৰ আৱিষ্কাৰৰ লগে লগে গ্ৰন্থৰ প্ৰচাৰ বাঢ়িবলৈ আৰম্ভ কৰে আৰু ইয়াৰ ফলত জ্ঞান-বিজ্ঞানৰ সীমা বিস্তৃত হ’বলৈ ধৰিলে। আগতে গ্ৰন্থ ৰচিত হৈছিল যদিও সেইবােৰ মুষ্টিমেয় মানুহৰ হাতত থুপ খাই আছিল। তাৰপৰা বাহিৰা মানুহ বৰ বিশেষ লাভৱান হ’ব পৰা নাছিল। এতিয়া বিশ্বৰ বিভিন্ন গ্ৰন্থ পাব পৰা হৈছে মুদ্ৰাযন্ত্ৰ আৰু যােগাযাগ ব্যৱস্থাৰ উন্নতিৰ কাৰণে গ্ৰন্থ সম্পৰ্কে আমাক এক সুন্দৰ অভিজ্ঞতা প্ৰদান কৰে এই গ্ৰন্থমেলাসমূহে।

১ গ্ৰন্থমেলাৰ দ্বাৰা সমাজৰ সকলো শ্ৰেণীৰ লোক উপকৃত হব পাৰে বিশেষকৈ ছাত্র-ছাত্রী তথা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্রস্তুতি চলাই থকা যুবক যুৱতীয়ে ইয়াত উপলব্ধ কিতাপ সংগ্রহ কৰি জ্ঞান আহৰণ কৰিব পাৰে |

তথ্যসূত্ৰ

  1. ↑ গ্ৰন্থমেলাৰ বিষয়ে ৰচনা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গ্ৰন্থমেলা” প্ৰবন্ধৰ সংশোধন ৫৩৪৯৩৬ (২৫ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।