অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

গোহাঁই টেকেলা গাঁও

গোহাঁই টেকেলা গাঁও যোৰহাট মহানগৰৰ পূৱত অবস্থিত এখন সৰু গাঁও। ইয়াৰ দক্ষিণ দিশৰপৰা পশ্চিমলৈ ভোগদৈ নদী বৈ গৈছে। উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথ আৰু পূবে ২ নং বামুন গাঁও অৱস্থিত। গোহাঁই টেকেলা গাঁৱত প্ৰায় ৫৮৯ ঘৰত প্ৰায় ২৫৯৩ মানুহে বসবাস কৰে।

হালনাগাদ: ৯ জুন ২০১৪ ৮২ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

গোহাঁই টেকেলা গাঁও যোৰহাট মহানগৰৰ পূৱত অবস্থিত এখন সৰু গাঁও। ইয়াৰ দক্ষিণ দিশৰপৰা পশ্চিমলৈ ভোগদৈ নদী বৈ গৈছে। উত্তৰে ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁইপথ আৰু পূবে ২ নং বামুন গাঁও অৱস্থিত। গোহাঁই টেকেলা গাঁৱত প্ৰায় ৫৮৯ ঘৰত প্ৰায় ২৫৯৩ মানুহে বসবাস কৰে।১ ধৰ্মৰ দিশৰ পৰা চাবলৈ গ'লে গোহাঁইটেকেলাত মুখ্যতঃ হিন্দু আৰু সম্যক ইছলাম ধৰ্মী লোকৰ বসবাস।

চাৰিসীমা

  • পূব: ২ নং বামুন গাঁও
  • পশ্চিম:
  • উত্তৰ: ৩৭ নং ৰাষ্ট্ৰীয় ঘাঁই পথ, চেঙেলিগাঁও
  • দক্ষিণ: ভোগদৈ নৈ, দুলীয়া গাঁও

শিক্ষানুষ্ঠান

১০ নং গোহাঁইটেকেলা প্ৰাথমিক বিদ্যালয়।

বিশিষ্ট লোক

তথ্যসূত্ৰ

  1. ↑ www.geolysis.com/place-info.php?p=627005848&

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁওযোৰহাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গোহাঁই টেকেলা গাঁও” প্ৰবন্ধৰ সংশোধন ১৩৭৬৭৫ (৯ জুন ২০১৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।