অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

গেজেং কপৌ

গেজেং কপৌ বা চিম্বিডিয়াম এলইফলিয়াম হৈছে একপ্ৰকাৰৰ অৰ্কিডৰ প্ৰজাতি। ইয়াক এছিয়া মহাদেশৰ চীন আৰু দক্ষিণ-পূব এছিয়াত বাৰ্মাৰ পৰা সুমাত্ৰা পৰ্যন্ত পোৱা যায়। ইয়াক শিলৰ মাজত বা আন উদ্ভিদৰ ওপৰত গজি থকা দেখা যায়। চিম্বিডিয়াম শব্দটো গ্ৰীক কুম্বছৰ পৰা আহিছে। ইয়াৰ অৰ্থ গাঁত বা গুহা।

হালনাগাদ: ১ অক্টোবৰ ২০২৫ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

গেজেং কপৌ বা চিম্বিডিয়াম এলইফলিয়াম হৈছে একপ্ৰকাৰৰ অৰ্কিডৰ প্ৰজাতি। ইয়াক এছিয়া মহাদেশৰ চীন আৰু দক্ষিণ-পূব এছিয়াত বাৰ্মাৰ পৰা সুমাত্ৰা পৰ্যন্ত পোৱা যায়। ইয়াক শিলৰ মাজত বা আন উদ্ভিদৰ ওপৰত গজি থকা দেখা যায়।১ চিম্বিডিয়াম শব্দটো গ্ৰীক কুম্বছৰ পৰা আহিছে। ইয়াৰ অৰ্থ গাঁত বা গুহা।২ অসমত এইবিধ অৰ্কিড প্ৰচুৰ পৰিমাণে দেখা যায়।

তথ্যসূত্ৰ

  1. ↑ Iospe Photos
  2. ↑ Dictionary of Botanical Epithets

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগতঅৰ্কিডঅসমত পোৱা অৰ্কিডসমূহঅসমৰ উদ্ভিদ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গেজেং কপৌ” প্ৰবন্ধৰ সংশোধন ৫৪০৯৭৮ (১ অক্টোবৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।