গুৱাহাটী মেট্ৰ' লাইট (Guwahati Metro Lite) হৈছে ভাৰতৰ অসম ৰাজ্যৰ সৰ্ববৃহৎ চহৰ গুৱাহাটীৰ বাবে প্ৰস্তাৱিত দ্ৰুতগামী পৰিবহণ ব্যৱস্থা। প্ৰথম পৰ্য্যায়ত চাৰিাটা কৰিড'ৰযুক্ত এই ছিষ্টেমটোৰ মুঠ দৈৰ্ঘ্য হ'ব ৬১.৪২ কিঃমিঃ।১
মাৰ্গ
গুৱাহাটী মেট্ৰ' লাইটৰ প্ৰথম পৰ্য্যায়ৰ বাবে জিএমডিএ-ৰ দ্বাৰা চাৰিটা কৰিড'ৰৰ পৰিকল্পনা কৰা হৈছে:২
| লাইন | প্ৰথম চলাচল | অন্তিম সম্প্ৰসাৰণ | ষ্টেশ্যনৰ সংখ্যা | দৈৰ্ঘ্য (কিঃমিঃ) | টাৰ্মিনেল | ৰ'লিং ষ্টক্ | ট্ৰেক গে'জ (মিঃমিঃ) | পাৱাৰ | |
|---|---|---|---|---|---|---|---|---|---|
| ১নং লাইন | ২২ | ২৬.৬ | ধাৰাপুৰ | নাৰেংগী | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
| ২নং লাইন | ১০ | ১০ | এম জি ৰোড | খানাপাৰা | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
| ৩নং লাইন | ১৪ | ১৯.৮ | জালুকবাৰী | খানাপাৰা | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
| ৪নং লাইন | ৮ | ৯.৪ | আই এছ বি টি | পল্টন বজাৰ | ১৪৩৫ মিঃমিঃ ষ্টেণ্ডাৰ্ড গে'জ | ||||
| মুঠ | ৫৪ | ৬১.8 |
লগতে চাওক
তথ্যসূত্ৰ
- ↑ (22 June 2017). Guwahati to get metro rail and feeder Bus Rapid Transit System
- ↑ Assam Cabinet Approves Rs 18,020 cr 61.4 km Guwahati Metro – The Metro Rail Guy. themetrorailguy.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গুৱাহাটী মেট্ৰ' লাইট” প্ৰবন্ধৰ সংশোধন ২৫৬৫২৯ (২৭ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।