গান্ধীগিৰি হৈছে ভাৰতৰ এক নব্যবাদ, যাক গান্ধীবাদৰ মতবাদ (ইয়াৰ ভিতৰত আছে সত্যাগ্ৰহ, অহিংসা, আৰু সত্য) হিচাপে সমকালীন ক্ষেত্ৰত প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা হয়। ২০০৬ চনত মুক্তি লাভ কৰা হিন্দী ছবি 'লাগে ৰহো মুন্না ভাই'ত ব্যৱহাৰৰ পিছত এই শব্দটো জনপ্ৰিয় হৈ পৰিছিল।১২৩
তথ্যসূত্ৰ
- ↑ Ghosh, Arunabha (December 23–29, 2006). "Lage Raho Munna Bhai: Unravelling Brand Gandhigiri: Gandhi, the man, was once the message. In post-liberalisation India, 'Gandhigiri' is the message ." Economic and Political Weekly'41' (51)
- ↑ Sharma, Swati Gauri. "How Gandhi got his mojo back ." Boston Globe, October 13, 2006
- ↑ Ramachandaran, Shastri. (23 September 2006). Jollygood Bollywood:Munnabhai rescues Mahatma. tribuneindia.com. The Tribune Trust
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গান্ধীগিৰি” প্ৰবন্ধৰ সংশোধন ৬৩৬৯৮৫ (২৩ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।