গণ মুক্তি সংগ্ৰাম অসম ভাৰতৰ অসমৰ এক নতুন আঞ্চলিক ৰাজনৈতিক দল। এই দল গঠনৰ ঘোষণা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ৪থ দ্বি-বাৰ্ষিক অধিৱেশনত অখিল গগৈয়ে কৰে, ২০ মাৰ্চ ২০১৫ত, গান্ধীবাদী নেতা আন্না হাজাৰেৰ ভাষণৰ ঠিক পিছতেই১। "এই দল ভাৰতৰ পুঁজীবাদ ব্যৱস্থাক সলোৱাৰ বাবে গঠিত" গগৈয়ে কয়।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণ মুক্তি সংগ্ৰাম অসম” প্ৰবন্ধৰ সংশোধন ১৪৮৩৮১ (৪ এপ্ৰিল ২০১৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।