অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গণপতি বৰ্মন

গণপতি বৰ্মন(৫ম শতিকা) এসময়ৰ কামৰূপৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ বৰ্মন। গণপতি বৰ্মনে প্ৰায় দহ বছৰ ধৰি কামৰূপ শাসন কৰিছিল। তাৰ পিছত ৪৫০ চনত তেওঁ পুত্ৰ মহেন্দ্ৰ বৰ্মনক শাসনভাৰ গোটাই দিয়ে ।

হালনাগাদ: ২ ফেব্ৰুৱাৰী ২০১৩ ৩৪ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

গণপতি বৰ্মন(৫ম শতিকা) এসময়ৰ কামৰূপ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)ৰ শাসনকৰ্তা আছিল। তেওঁৰ পিতৃৰ নাম আছিল কল্যাণ বৰ্মন। গণপতি বৰ্মনে প্ৰায় দহ বছৰ ধৰি কামৰূপ শাসন কৰিছিল। তাৰ পিছত ৪৫০ চনত তেওঁ পুত্ৰ মহেন্দ্ৰ বৰ্মনক শাসনভাৰ গোটাই দিয়ে ১।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৮

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণপতি বৰ্মন” প্ৰবন্ধৰ সংশোধন ১১৩৭৬৬ (২ ফেব্ৰুৱাৰী ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।