অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

গংগাৰাম দাস

গংগাৰাম দাস (১৮ শতিকা) সীতাৰ বনবাস নামৰ পদপুথিখনৰ ৰচক আছিল। তেওঁৰ ৰচিত আন এখন পুথি আছিল ‘সীতাৰ পাতাল গমন’ ।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০১৬ ২০ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

গংগাৰাম দাস (১৮ শতিকা) সীতাৰ বনবাস' নামৰ পদপুথিখনৰ ৰচক আছিল। তেওঁৰ ৰচিত আন এখন পুথি আছিল ‘সীতাৰ পাতাল গমন’ ১।

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৬৬

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাৰাম দাস” প্ৰবন্ধৰ সংশোধন ১৬২০০৯ (৯ ছেপ্তেম্বৰ ২০১৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।