অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিবিধ

গংগাঋদ্ধি

গংগাঋদ্ধি বা গাংগাৰিডাই (Γανγαρίδαι; Latin: Gangaridae) প্ৰাচীন গ্ৰীক আৰু ৰোমান লেখকসকলৰ দ্বাৰা ব্যৱহৃত এটি শব্দ যি ভাৰত উপমহাদেশৰ এটি অঞ্চলক আৰু সেই অঞ্চলৰ লোকসকলক সূচায়।

হালনাগাদ: ২৪ আগষ্ট ২০২২ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

গংগাঋদ্ধি বা গাংগাৰিডাই (Γανγαρίδαι; Latin: Gangaridae) প্ৰাচীন গ্ৰীক আৰু ৰোমান লেখকসকলৰ দ্বাৰা ব্যৱহৃত এটি শব্দ যি ভাৰত উপমহাদেশৰ এটি অঞ্চলক আৰু সেই অঞ্চলৰ লোকসকলক সূচায়।১২

সাম্ভাৱ্য স্থল

আধুনিক পণ্ডিতে মত দিছে যে এই শব্দই গংগা নদীৰ ব-দ্বীপ সূচায়, যি বংগ অঞ্চলত স্থিত, যদিও আন মতো কোনো কোনোৱে পোষণ কৰে। গংগাঋদ্ধিৰ ৰাজধানী আছিল, টলেমিৰ মতে, গংগে বা গংগেছ। এই গংগে সম্ভৱতঃ চন্দ্ৰকেতুগঢ় বা ৱাৰি-বটেশ্বৰ।৩

তথ্যসূত্ৰ

  1. ↑ Gangaridai - Banglapedia. en.banglapedia.org
  2. ↑ Haldar, Narotam. (1988). Gangaridi - Alochana O Parjalochana
  3. ↑ History. Banglapedia

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গংগাঋদ্ধি” প্ৰবন্ধৰ সংশোধন ৩৩১৩৪০ (২৪ আগষ্ট ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।