খোৱাজা খিজৰৰ সমাধি ভাৰতৰ হাৰিয়ানাৰ শোনিপটৰ জাটোৱাৰাত অৱস্থিত এটা মকবৰা। ইয়াক ইব্ৰাহিম লোডীয়ে ১৫২২–১৫২৪ খ্ৰীষ্টাব্দৰ সময়ছোৱাত দৰিয়া খানৰ পুত্ৰ মুছলমান সন্ত খোৱাজা খিজৰৰ স্মৃতিত নিৰ্মাণ কৰিছিল।১২
পাঁচশ বছৰ পুৰণি এই সমাধিটো ইব্ৰাহিম লোডীয়ে লোডী বংশৰ শেষ নিৰ্মাণ হিচাপে নিৰ্মাণ কৰিছিল। খোৱাজা খিজৰ নৱাজৰ সমাধি ৰঙা বালিশিল, লখৌৰী ইটা আৰু কংকৰ ব্লকৰে নিৰ্মাণ কৰা হৈছিল।৩
সমাধিস্থলত পোৱা এটা পাৰ্চী শিলালিপি অনুসৰি খোৱাজা খিজাৰ আছিল ইব্ৰাহিম লোডীৰ দৰবাৰত এজন প্ৰভাৱশালী সম্ভ্ৰান্ত ধৰ্মীয় খান শ্বাৰৱানীৰ পুত্ৰ।৩
সমাধিবোৰ পাৰ্চী আৰু ভাৰতীয় স্থাপত্যৰ দ্বাৰা প্ৰভাৱিত ভাৰত-ইছলামিক স্থাপত্যৰ মিশ্ৰণ।৪
তথ্যসূত্ৰ
- ↑ Tomb of Khwaja Khizr · Places of interest · Sonipat · Tourism Hubs · Haryana Tourism Corporation Limited.. haryanatourism.gov.in
- ↑ (2015-05-16). The tomb of Khwaja Khizr (Khijar Makbara) – Sonepat, India. Jashn Hai Zindagi
- ↑ Sonepat’s hidden treasure, the tomb of Khwaja Khizr. The Tribune
- ↑ Visiting Khwaja Khizr Tomb - Hours, Tickets, and Historical Significance. Audiala: Your Pocket Tour Guide
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “খোৱাজা খিজৰৰ সমাধি” প্ৰবন্ধৰ সংশোধন ৫৬২৬৮১ (১০ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।