কৰতল কমল কমল দল নয়ন হৈছে শংকৰদেৱৰ দ্বাৰা ৰচিত এটি ভক্তি বিষয়ক কবিতা।১ বিদ্যা শিক্ষা আৰম্ভ কৰিয়েই শঙ্কৰে অ-আ ক-খ শিকিয়েই এই কবিতাটো ৰচনা কৰি সকলোকে অভিভূত কৰে।২ তেওঁ ১২ বছৰ বয়সতে এই কবিতাটো লিখি উলিয়াইছিল।৩
কবিতা
কৰতল কমল কমল দল নয়ন।
ভব দব দহন গহন-বন শয়ন॥
নপৰ নপৰ পৰ সতৰত গময়।
সভয় মভয় ভয় মমহৰ সততয়॥
খৰতৰ বৰ শৰ হত দশ বদন।
খগচৰ নগধৰ ফনধৰ শয়ন॥
জগদঘ মপহৰ ভৱ ভয় তৰণ।
পৰ পদ লয় কৰ কমলজ নয়ন॥১
লগতে চাওক
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (4/16/2008). The Master's first masterpiece. atributetosankaradeva.org
- ↑ (December 24, 2008). Sankardeva At the tol. atributetosankaradeva.org
- ↑ বৰআতা. xobdo.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৰতল কমল কমল দল নয়ন” প্ৰবন্ধৰ সংশোধন ৩৮০৫৮২ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।