অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কৌৰৱ

কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কনিষ্ঠ ভগ্নী।

হালনাগাদ: ২৯ জুলাই ২০২৫ ৭৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

কৌৰৱ মহাভাৰতৰ চৰিত্ৰ বিশেষ। কৌৰৱ শব্দৰ উৎপত্তি কুৰু শব্দৰ পৰা আহিছে। হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰৰ এশ সন্তানক একেলগে কৌৰৱ বুলি কোৱা হয়। দুৰ্যোধন কৌৰৱৰ জেষ্ঠ ভাতৃ আৰু দুঃশলা কনিষ্ঠ ভগ্নী।

কৌৰৱৰ পিতৃ-মাতৃ

হস্তিনাপুৰৰ সম্ৰাট ধৃতৰাষ্ট্ৰ তথা গান্ধাৰৰ ৰাজকুমাৰী গান্ধাৰী কৌৰৱৰ পিতৃ মাতৃ।

কৌৰৱৰ জন্ম বৃত্তান্ত

মহাভাৰতৰ মতে গান্ধাৰিয়ে কুন্তিৰ আগতে সন্তান জন্ম হোৱাৰ দুখতে তেওৰ সন্তান ৰজা নহ'ব বুলি দুখতে গৰ্ভ নষ্ট কৰাৰ চেষ্টা কৰে, কিন্তু ব্যাসদেৱে আহি গৰ্ভধাৰণ কৰা মাংসপিণ্ড এশটা ঘিঁউৰ পাত্ৰত ৰাখি দিয়ে য'ৰ পৰা এশ সন্তানৰ জন্ম হয়।

সম্পৰ্কিত শ্ৰেণী

মহাভাৰতৰ চৰিত্ৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৌৰৱ” প্ৰবন্ধৰ সংশোধন ৫২৮৫১২ (২৯ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।