কোৰআনত উল্লেখ কৰা মহিলা সকল হ'ল-
- হাওআ ১
- নুহ(আঃ) আৰু লুত(আঃ)ৰ স্ত্ৰী ২
- লুত(আঃ)ৰ কন্যা ৩ ৪
- ইব্ৰাহিম(আঃ)ৰ স্ত্ৰী (ছাৰাহ) ৫
- আজিজৰ স্ত্ৰী (জুলাইখা) ৬ ৭
- মুছা(আঃ)ৰ মা আৰু ভগ্নী ৮ ৯ ১০
- মুছা(আঃ)ৰ স্ত্ৰী ১১ ১২
- ফাৰাওৰ স্ত্ৰী (আছিয়া) ১৩ ১৪
- ছবাৰ ৰাণী (বিলকিছ) ১৫
- ইমৰাণৰ স্ত্ৰী ১৬
- মৰিয়ম -ঈছা(আঃ)ৰ মাতৃ ১৭ ১৮
- মুহাম্মাদ(ছঃ)ৰ স্ত্ৰী ১৯ ২০
- মুহাম্মাদ(ছঃ)ৰ কন্যা ২১
- যি স্ত্ৰীয়ে মুহাম্মাদ(ছঃ)ৰ ওচৰত অভিযোগ কৰিছিল ২২
- আবু লাহাবৰ স্ত্ৰী ২৩
চমু বিৱৰণঃ
লগতে চাওক
তথ্যসূত্ৰ
- ↑ কোৰআনঃ20/117
- ↑ কোৰআনঃ66/10
- ↑ কোৰআনঃ11/79
- ↑ কোৰআনঃ15/71
- ↑ কোৰআনঃ11/71-72
- ↑ কোৰআনঃ12/23
- ↑ কোৰআনঃ12/51
- ↑ কোৰআনঃ28/7
- ↑ কোৰআনঃ28/10
- ↑ কোৰআনঃ28/12-13
- ↑ কোৰআনঃ28/26-27
- ↑ কোৰআনঃ28/23
- ↑ কোৰআনঃ28/9
- ↑ কোৰআনঃ66/11
- ↑ কোৰআনঃ27/22-44
- ↑ কোৰআনঃ3/35-36
- ↑ কোৰআনঃ19
- ↑ কোৰআনঃ66/12
- ↑ কোৰআনঃ33/6
- ↑ কোৰআনঃ33/32-34
- ↑ কোৰআনঃ33/59
- ↑ কোৰআনঃ58/1
- ↑ কোৰআনঃ111/4-5
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কোৰআনত উল্লেখিত মহিলাসকল” প্ৰবন্ধৰ সংশোধন ২৩৭৯৪৯ (১১ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।