অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কৈলা মৈলা গাওঁ

কৈলা মৈলা অসমৰ চিৰাং জিলাৰ এখন ৰাজহ গাঁও। এইখন জিলা সদৰ কাজলগাঁৱৰপৰা প্ৰায় ৩১ কিলোমিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰপৰা প্ৰায় ২০২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৪৯ শব্দ · ১ মিনিট সংগৃহীত ৮৩
সংশোধনৰ পৰামৰ্শ

কৈলা মৈলা অসমৰ চিৰাং জিলাৰ এখন ৰাজহ গাঁও। এইখন জিলা সদৰ কাজলগাঁৱৰপৰা প্ৰায় ৩১ কিলোমিটাৰ আৰু ৰাজ্যৰ ৰাজধানী দিছপুৰৰপৰা প্ৰায় ২০২ কিলোমিটাৰ দূৰত্বত অৱস্থিত।১২৩

শৈক্ষিক প্ৰতিষ্ঠান

  • এছ টি পিটাৰৰ ই.এম হাইস্কুল।
  • জিয়ন ইংৰাজী বিদ্যালয়।
  • কইলা মইলা জুনিয়ৰ কলেজ।
  • মাউণ্ট এভাৰেষ্ট ইংৰাজী স্কুল।

চহৰ

বিজনী আৰু বঙাইগাঁও টাউন হৈছে কৈলা মৈলাৰ নিকটৱৰ্তী চহৰ।

তথ্যসূত্ৰ

  1. ↑ KOILA MOILA Village KOILAMOILA Panchayat BOROBAZAR Block Chirang, Assam
  2. ↑ Koila Moila Village
  3. ↑ Koila Moila

সম্পৰ্কিত শ্ৰেণী

অসমৰ গাঁও

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৈলা মৈলা গাওঁ” প্ৰবন্ধৰ সংশোধন ৬১৮২০৫ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।