অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কৃষ্ণকান্ত গগৈ হাতীবৰুৱা

কৃষ্ণকান্ত গগৈ হাতীবৰুৱা (১৯-২০ শতিকা)ৰ শিৱসাগৰ[[ অঞ্চলৰ ব্যক্তি। ১৮৮৩ চনত [[কলিকতা[[ত হোৱা শিল্প প্ৰদৰ্শনীত নিজৰ আৱিষ্কৃত [[মুগা কাপোৰ বোৱা যন্ত্ৰ সাজি প্ৰদৰ্শন কৰিছিল। পিছলৈ চহ বাগিচাৰ মালিক হৈছিল।

হালনাগাদ: ১২ এপ্ৰিল ২০১৪ ২৮ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

কৃষ্ণকান্ত গগৈ হাতীবৰুৱা (১৯-২০ শতিকা)ৰ শিৱসাগৰ[[ অঞ্চলৰ ব্যক্তি। ১৮৮৩ চনত [[কলিকতা[[ত হোৱা শিল্প প্ৰদৰ্শনীত নিজৰ আৱিষ্কৃত [[মুগা কাপোৰ বোৱা যন্ত্ৰ সাজি প্ৰদৰ্শন কৰিছিল। পিছলৈ চহ বাগিচাৰ মালিক হৈছিল।১

তথ্যসূত্ৰ

  1. ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী. পৃ: ৫৭

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কৃষ্ণকান্ত গগৈ হাতীবৰুৱা” প্ৰবন্ধৰ সংশোধন ১৩৬১১৭ (১২ এপ্ৰিল ২০১৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।