অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

কুৰাইশ্ব

কুৰাইশ্ব বংশ (قريش) কুৰাঈশ্ব বা কোৰায়েশ্ব (কুৰেশ্বি হিচাপেও পৰিচিত) আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মৰ নবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল।

হালনাগাদ: ৮ অক্টোবৰ ২০২১ ৩৫ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

কুৰাইশ্ব বংশ (قريش) কুৰাঈশ্ব বা কোৰায়েশ্ব (কুৰেশ্বি হিচাপেও পৰিচিত) আছিল আৰবৰ এক শক্তিশালী বণিক বংশ। এই বংশই মক্কাৰ অধিকাংশ অংশ আৰু কাবা নিয়ন্ত্ৰণ কৰিছিল। ইছলাম ধৰ্মৰ নবী মুহাম্মাদ কুৰাইশ্ব বংশৰ বনু হাছিম গোত্ৰত জন্মগ্ৰহণ কৰিছিল। ১

তথ্যসূত্ৰ

  1. ↑ Al-Mubarakpuri, Safi-ur-Rahman. (2002). The Sealed Nector (Ar-Raheeq Al-Makhtum). Darussalam. পৃ. 30. ISBN 1591440718

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কুৰাইশ্ব” প্ৰবন্ধৰ সংশোধন ৩০৩৪০২ (৮ অক্টোবৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।