কান্দুৰা ডেকাফুকন (Kandura Deka Phukan) অসমৰ এগৰাকী স্বাধীনতা সংগ্ৰামী আছিল। তেওঁ আন এগৰাকী বিদ্ৰোহী নেতা গমধৰ কোঁৱৰৰ মুখ্য সহযোগী আছিল।১ তেওঁ নিজকে ৰজা হিচাপে ঘোষণা কৰি কেঁকোৰা দোলা, আৰোৱাণ আদি ব্যৱহাৰ কৰিছিল।২
তথ্যসূত্ৰ
- ↑ লক্ষ্মীনাথ বেজবৰুৱা. বৰবৰুৱাৰ ভাৱৰ বুৰ্বুৰণি. পৃ. ৬০
- ↑ Dhruba Jyoti Das. Anti-British Uprising in Assam (1826-30). International Journal of Humanities Social Science and Management
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কান্দুৰা ডেকাফুকন” প্ৰবন্ধৰ সংশোধন ৩৭৫৮৫৭ (২৭ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।