, টয়লট কাগজ, ৰুলড কাগজ, কাৰ্টিন, কণী বাকছ]]
কাগজ হৈছে কাঠ, বাহ, ঘাঁহ বা অন্য উদ্ভিদৰ ছেলুল'জ আঁহৰ পৰা যান্ত্ৰিকভাবে বা ৰাসায়নিকভাবে প্ৰস্তুত কৰা অতি পাতল চেপেটা পাত। উদ্ভিদৰ আঁহ জাতীয় উপাদানৰ পৰা মণ্ড তৈয়াৰ কৰা হয় আৰু এই মণ্ড যন্ত্ৰৰ সহায়ত চাপ দি পাতল প্ৰলেপ কৰি শুকুৱাই কাগজ প্ৰস্তুত কৰা হয়। কাগজ সাধাৰণতে লিখা, চিত্ৰ অঙ্কন আদিত ব্যৱহাৰ কৰা হয়। তদুপৰি ছপা কৰা, পেকেজিং, ডেকৰেটিং, চাফা কৰা, ফিল্টাৰ কাগজ, ৱালপেপাৰ, কিতাপৰ বেতুপাত, ইত্যাদি অনেক কামত কাগজ ব্যৱহাৰ কৰা হয়।
প্ৰথম কাগজ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া পূৱ এছিয়া, সম্ভৱত চীনত আৰম্ভ হৈছিল।১ প্ৰায় দুশ খ্ৰীষ্টপূৰ্ৱতেই চীনৰ হান সাম্ৰাজ্যৰ চাই লুনৰ দ্বাৰা কাগজ আৰু মণ্ড দি কাগজ প্ৰস্তুত কৰা হৈছিল। আধুনিক কালত উন্নত প্ৰযুক্তিৰে য়ুক্ত ৰাষ্ট্ৰত বৃহৎ পৰিমাণৰ কাগজ প্ৰস্তুত কৰা হয়।
তথ্য সংগ্ৰহ
- Burns. (1996). Europäische Technik im Mittelalter. 800 bis 1400. Tradition und Innovation. Gebr. Mann Verlag. পৃ. 413–422. ISBN 978-3-7861-1748-3
- Tsien. (1985). Paper and Printing. Science and Civilisation in China, Chemistry and Chemical Technology. Cambridge University Press
- "Document Doubles" in ARCHIVED – Introduction – Detecting the Truth. Fakes, Forgeries and Trickery – Library and Archives Canada, a virtual museum exhibition at Library and Archives Canada
বাহ্যিক সংযোগ
- Technical Association of the Pulp and Paper Industry (TAPPI) official website
- "How is paper made?" at The Straight Dope, 22 November 2005
- Thirteen-minute video on modern paper production system, from Sappi
তথ্যসূত্ৰ
- ↑ Hogben, Lancelot. "Printing, Paper and Playing Cards". Bennett, Paul A. (ed.) Books and Printing: A Treasury for Typophiles. New York: The World Publishing Company, 1951. pp. 15–31. p. 17. & Mann, George. Print: A Manual for Librarians and Students Describing in Detail the History, Methods, and Applications of Printing and Paper Making. London: Grafton & Co., 1952. p. 77
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কাগজ” প্ৰবন্ধৰ সংশোধন ৫০৩৫৬৯ (১৪ এপ্ৰিল ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।