অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট

কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট (Kolkata Museum of Modern Art; সংক্ষিপ্ত ৰূপ:KMOMA) হৈছে কলকাতাৰ নিউ টাউনত নিৰ্মাণ হ'বলগীয়া এটা প্ৰস্তাৱিত চিত্ৰকলা সংগ্ৰহালয়।

হালনাগাদ: ১৩ ফেব্ৰুৱাৰী ২০২৬ ৮৫ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট (Kolkata Museum of Modern Art; সংক্ষিপ্ত ৰূপ:KMOMA) হৈছে কলকাতাৰ নিউ টাউনত নিৰ্মাণ হ'বলগীয়া এটা প্ৰস্তাৱিত চিত্ৰকলা সংগ্ৰহালয়।১ কেএমঅ'এমএৰ বাবে প্ৰায় ৫০০ কোটি টকা খৰচ হ'ব বুলি অনুমান কৰা হৈছে আৰু ইয়াক ৰাজ্য চৰকাৰে ওচৰৰ নিউ টাউন চহৰৰ ১০ একৰ ভূমিত নিৰ্মাণ কৰিবলৈ সাজু হৈছে। ইয়াৰ ডিজাইন তৈয়াৰ কৰিছে বেইজিং অলিম্পিকৰ বাবে বাৰ্ডছ নেষ্ট ষ্টেডিয়াম নিৰ্মাণ কৰি প্ৰশংসিত হোৱা চুইজাৰলেণ্ডৰ স্থপতিবিদ হাৰ্জ’গ এণ্ড ডি মেউৰনে। ২ পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বন্দ্যোপাধ্যায়য়ে ২০১৩ চনৰ নৱেম্বৰ মাহত এই প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল।৩৪

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (14 November 2013). Swanky art hub comes up in Rajarhat
  2. ↑ (2008-05-13). Asia's first museum of modern Art coming up in Kolkata. The Economic Times
  3. ↑ English News Headlines: Latest News Today, Breaking News from India & World
  4. ↑ (2013-11-15). Museum of modern art to come up in Kolkata. The Hindu

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ কলা সংগ্ৰহালয় আৰু গেলাৰীপশ্চিম বংগৰ সংগ্ৰহালয়ভাৰতভিত্তিক সাংস্কৃতিক সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলকাতা মিউজিয়াম অফ মডাৰ্ণ আৰ্ট” প্ৰবন্ধৰ সংশোধন ৫৭৭০৩৮ (১৩ ফেব্ৰুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।