অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

কমলা কোটনিছ

কমলা কোটনিছ ( Kamala Kotnis; ১৯২৮ – ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪০ দশকত তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৪৬ চনত মুক্তি পোৱা হম এক হ্যায় ছবিখনত দেৱ আনন্দৰ প্ৰথম নায়িকা হিচাপেও তেওঁ উল্লেখযোগ্য।

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

কমলা কোটনিছ ( Kamala Kotnis; ১৯২৮ – ২০০০) এগৰাকী ভাৰতীয় অভিনেত্ৰী। ১৯৪০ দশকত তেওঁ তেলুগু আৰু হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছিল। ১৯৪৬ চনত মুক্তি পোৱা হম এক হ্যায় ছবিখনত দেৱ আনন্দৰ প্ৰথম নায়িকা হিচাপেও তেওঁ উল্লেখযোগ্য।১২

প্ৰাৰম্ভিক জীৱন

কমলা কোটনিছৰ বৰ্তমানৰ অন্ধ্ৰ প্ৰদেশত তেলেগু মাতৃ আৰু বৃটিছ পিতৃৰ ঘৰত কমলাবাই নামেৰে জন্ম হৈছিল। তেওঁৰ পি়তৃ সেনাবাহিনীত আছিল। সৰুতে তেওঁক এজন জমিদাৰে দত্তক লৈছিল। পিছলৈ ১৯৪১ চনত তেওঁ পাণ্ডুৰংগ কোটনিছৰ সৈতে বিবাহপাশত আবদ্ধ হয়, যিজন আগশাৰীৰ চিনেমাট’গ্ৰাফাৰ ডি.এছ. কোটনিছৰ ভায়েক আছিল। তেওঁৰ ভনীয়েক ৰামনাদ ইষ্টেটৰ ৰাজপৰিয়ালৰ সৈতে "সংযুক্ত" আছিল। অভিনেত্ৰী লতা তেওঁৰ ভাগিনীয়েক।৩

Filmography

  • জীৱন জ্যোতি (তেলুগু)- ১৯৪০
  • বাল নাগাম্মা (তেলুগু)- ১৯৪২
  • চেঞ্চু লক্ষ্মী (তেলুগু)- ১৯৪৩
  • ভাগ্যলক্ষ্মী (তেলুগু)- ১৯৪৩
  • সীতা ৰাম জনম (তেলুগু)- ১৯৪৩
  • তহচিলদাৰ (তেলুগু)- ১৯৪৪
  • হম এক হ্যায় (হিন্দী)- ১৯৪৪
  • গকুল (হিন্দী)- ১৯৪৬
  • মেৰা সুহাগ (হিন্দী) – ১৯৪৭
  • আগে ভাগো (হিন্দী)- ১৯৪৭
  • সিধা ৰাস্তা (হিন্দী)- ১৯৪৯
  • সতী অহল্যা (হিন্দী)- ১৯৪৯

তথ্যসূত্ৰ

  1. ↑ MY FIRST BREAK - DEV ANAND
  2. ↑ Blast from the past - Bhagyalakshmi (1943)
  3. ↑ The Rediff Interview/Latha

সম্পৰ্কিত শ্ৰেণী

তেলেগু চলচ্চিত্ৰৰ অভিনেত্ৰীহিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কমলা কোটনিছ” প্ৰবন্ধৰ সংশোধন ৬৩৯৫২২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।