কৱিৰাজ সূৰ্যবিপ্ৰ (আনু. ১৭ শতিকা) দৰং ৰাজ্যৰ চপৰা অঞ্চলৰ এগৰাকী কবি। ভিক্ষাবৃত্তিৰে জীৱন নিৰ্বাহ কৰা এই গৰাকী কবিয়ে 'শিয়ালী বৈষ্ণৱৰ চৰিত' নামে এখন পদপুথিৰ ৰচনা কৰিছিল।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৭
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কবিৰাজ সূৰ্যবিপ্ৰ” প্ৰবন্ধৰ সংশোধন ২৪২৯৯৭ (৬ আগষ্ট ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।