কইনা সজাব কোনে চিত্তৰঞ্জন পৰাশৰে ৰচনা কৰা ৰাজশ্ৰী থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।
অভিনয় শিল্পীসকল
ৰবি শৰ্মা, মৃদুল চুতীয়া, অৰুণ বৰদলৈ, অৰ্চনা বৰা, দিব্যজ্যোতি ভৰালী, পপীপৰ্ণা, উৎপল ঠাকুৰীয়া, লাটুমণি ভূঞা, হেমন্ত হাজৰিকা, উৎপল দাস আৰু মিছ চুমী।
কাহিনী
দুই বন্ধু আৰু এক বান্ধৱীৰ ত্ৰিকোণ প্ৰেম কাহিনীৰ মাজেৰেই আগবাঢ়িছে নাটকৰ কাহিনী।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কইনা সজাব কোনে” প্ৰবন্ধৰ সংশোধন ১৭৪১৩৪ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।