অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
কলা আৰু সংস্কৃতি

অনামিকাৰ সপোন

অনামিকাৰ সপোন অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰচিত বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।

হালনাগাদ: ১ ফেব্ৰুৱাৰী ২০১৮ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

অনামিকাৰ সপোন অভিজিত ভট্টাচাৰ্যই ৰচনা কৰা ৰচিত বৃন্দাবন থিয়েটাৰৰ ২০১৪-১৫ বৰ্ষৰ এখন নাট।

অভিনয় শিল্পীসকল

যতীন বৰা, প্ৰয়াসী পৰাশৰ, মমী ডেকা, পৰাগ শৰ্মা, অঞ্জনজ্যোতি বেজ,জিতু বৰা, অৰুণ বৰা আদি। ১

কাহিনী

কাণে কাণ মাৰি কোনোমতে চলি থকা তিনিজন ভাতৃৰ সপোন আছিল একমাত্ৰ ভনীয়েক অনামিকাক ইঞ্জিনীয়াৰ কৰাৰ। সেয়েহে অলেখ কষ্ট স্বীকাৰ কৰি গুৱাহাটীলৈ পঢ়িবলৈ পঠাইছিল তিনি ভাতৃয়ে। কিন্তু গুৱাহাটীলৈ আহি ৰঙীন জগতখনৰ চিকমিকনীত নিজকে হেৰুৱাই পেলায়। গুৱাহাটীৰ বিলাসী জীৱনটোৱে ভনীয়েকক এখন নতুন পৃথিৱীৰ সন্ধান দিয়ে আৰু গাঁৱৰ ঘৰৰ পৰাও যেন তাই নিজকে বহু আঁতৰাই লৈ গৈছিল। তাৰপাছত তিনি ভাতৃ আৰু অনামিকাৰ জীৱনক লৈয়ে নাটকখনৰ কাহিনী আগবাঢ়ে। ২

তথ্যসূত্ৰ

  1. ↑ 'বহুমুখ', আমাৰ অসম কাকতৰ বুধবৰীয়া পৰিপূৰিকা, চিত্ৰবাণী পৃষ্ঠা, ২ জুলাই ২০১৪
  2. ↑ অনিমেষ কাশ্যপ, বিনোদন বাৰ্তা,নিয়মীয়া বাৰ্তা,শুকুৰবাৰ,৩০ জানুৱাৰী, ২০১৫

সম্পৰ্কিত শ্ৰেণী

ভ্ৰাম্যমাণ থিয়েটাৰৰ নাটক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অনামিকাৰ সপোন” প্ৰবন্ধৰ সংশোধন ১৭৪১৩২ (১ ফেব্ৰুৱাৰী ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।