অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এ ন্যেইন ফ্যু

এ ন্যেইন ফ্যু (ဧငြိမ်းဖြူ; জন্ম ২৪ এপ্ৰিল ১৯৯৬) এগৰাকী ম্যানমাৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নৃত্যশিল্পী হিচাপে নিজৰ বিনোদনজগতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ২০১৩ চনত চলচ্চিত্ৰ জগতত সফলতা লাভ কৰে।

হালনাগাদ: ১০ মে’ ২০২৫ ১৫৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

এ ন্যেইন ফ্যু (ဧငြိမ်းဖြူ; জন্ম ২৪ এপ্ৰিল ১৯৯৬) এগৰাকী ম্যানমাৰৰ অভিনেত্ৰী, মডেল আৰু নৃত্যশিল্পী। তেওঁ নৃত্যশিল্পী হিচাপে নিজৰ বিনোদনজগতৰ যাত্ৰা আৰম্ভ কৰিছিল আৰু ২০১৩ চনত চলচ্চিত্ৰ জগতত সফলতা লাভ কৰে।১২

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

এ ন্যেইন ফ্যু ১৯৯৬ চনৰ ২৪ এপ্ৰিলত য়াংগুনত জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পৰিয়াল কলাসংস্কৃতিৰ লগত জড়িত; তেওঁৰ পিতৃ মিন ইয়ান অং টুন এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, আৰু মাতৃ থিদা লিন এগৰাকী চলচ্চিত্ৰ পৰিচালক। তেওঁৰ বাইদেউ ছৱ য়ূ নন্দৰো এগৰাকী অভিনেত্ৰী।৩ তেওঁ মৌলিক শিক্ষা হাইস্কুল নং ১ ডাগন-ত উচ্চশিক্ষা গ্ৰহণ কৰিছিল আৰু ২০১৯ চনত দক্ষিণ এচেক্স কলেজৰ পৰা অভিনয় কলাৰ ডিপ্ল"মা লাভ কৰে।

কেৰিয়াৰ

এ ন্যেইন ফ্যু ৭ বছৰ বয়সতে লৰেল নামৰ নৃত্য দলত যোগ দিয়ে। ২০১২ চনত তেওঁ লৰেল আৰ্ট একাডেমী প্ৰতিষ্ঠা কৰে। ২০১৩ চনত তেওঁ জাপানত অনুষ্ঠিত মেকং-জাপান এছিয়ান যুৱ সঞ্চালক প্ৰতিযোগিতাত ম্যানমাৰৰ প্ৰতিনিধিত্ব কৰা ১০জন যুৱ পৰিচালকৰ ভিতৰত আছিল।১ সেই বছৰৰ ভিতৰতে, তেওঁ নিজৰ মাতৃ থিদা লিন পৰিচালিত Sorcery Satan চলচ্চিত্ৰত নায়িকা হিচাপে আত্মপ্ৰকাশ কৰে।৪

চলচ্চিত্ৰ তালিকা

চলচ্চিত্ৰ

  • বা দে লে সেই লা (২০১৯)
  • মি-য়ো ফালা (২০২০)
  • এ (TBA)

টেলিভিছন শৃংখলা

  • পান গংগাৱ ডায়েৰী (২০১৯)

ব্যক্তিগত জীৱন

এ ন্যেইন ফ্যু ২০১৭ চনৰ পৰা গায়ক য়াইৰ য়িণ্ট আংৰ সৈতে সম্পৰ্কত আছে।৫

তথ্যসূত্ৰ

  1. ↑ Naing, Su Hmue. (13 November 2019). သရုပ်ဆောင်ဧငြိမ်းဖြူနှင့် တွေ့ဆုံခြင်း. Eleven Media Group
  2. ↑ (4 July 2017). ပရိသတ်တွေသိအောင် လုပ်နိုင်တဲ့ နည်းလမ်းတစ်ခုမို့ မီဒီယာကမရှိမဖြစ်ပါ ဧငြိမ်းဖြူ. Popular News Journal
  3. ↑ (7 November 2019). ဧငြိမ်းဖြူနဲ့ရဲရင့်အောင်တို့ရဲ့ အချစ်ရေးအပေါ်အမြင်ကိုပြောပြခဲ့တဲ့ ဧငြိမ်းဖြူတို့ညီအစ်မ. Eleven Broadcasting
  4. ↑ Sorcery Satan. Iflix
  5. ↑ (19 July 2018). ချစ်သူသက်တမ်း တစ်နှစ်ခွဲ ရောက်လာတဲ့အခါ ရဲရင့်အောင် နဲ့ ဧငြိမ်းဖြူ အရင်ထက် နားလည်မှု ပိုရှိလာ. Popular News Journal

সম্পৰ্কিত শ্ৰেণী

অভিনেত্ৰীম্যানমাৰৰ ব্যক্তি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এ ন্যেইন ফ্যু” প্ৰবন্ধৰ সংশোধন ৫০৭৩৭১ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।