এলিজা মাইৰি (Eliza Myrie, জন্ম: ১৯৮১) এগৰাকী দৃশ্যমান শিল্পী। তেওঁ বৰ্তমান চিকাগো চহৰত বাস কৰে।১ তেওঁ বিভিন্ন দৃশ্যমান কলা যেনে ভাস্কৰ্য, অংশগ্ৰহণকাৰী স্থাপনা কলা, ৰাজহুৱা কলা আৰু ছপা কলা আদিৰ লগত জড়িত।১২৩৪
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
মাইৰিৰ পিতৃ এগৰাকী শিলৰ মিস্ত্ৰী।৫ মাইৰিয়ে নৰ্থওৱেষ্টাৰ্ন বিশ্ববিদ্যালয়ৰ পৰা এম.এফ.এ ডিগ্ৰী আৰু উলিয়ামছ্ মহাবিদ্যালয়ৰ পৰা বি.এ ডিগ্ৰী লাভ কৰে।৬ তেওঁ স্ক'হেগেন স্কুল আৰু হোৱাইটনী স্বতন্ত্ৰ শিক্ষা আঁচনিৰো শিক্ষাৰ্থী আছিল।১
শিল্প জীৱন
মাইৰিয়ে চলোৱা ব্লেক আৰ্টিষ্টছ্ ৰিট্ৰিট (২০১৩) নামৰ পাৰম্পৰিক কলা প্ৰতিষ্ঠানৰ বাহিৰত কাম কৰা কৃষ্ণ দৃশ্যমান শিল্পীৰ আন্তঃপ্ৰজন্ম গোটক একত্ৰিত কৰা প্ৰচেষ্টাৰ সহপ্ৰতিষ্ঠাপক।৭ ২০১৬ চনত মাইৰিক মেকডৱেল ফেল'শ্বিপ প্ৰদান কৰা হয়।৮ ২০১৭-১৮ চনত তেওঁ চাণ্টা ফে আৰ্ট প্ৰতিষ্ঠানৰ সমন্যায় আৱাসিক ফেল'শ্বিপ লাভ লাভ কৰে।৬ মায়ৰি ব্লেক লান্স টেবুলৰ ৱিকি প্ৰকল্প পৰিচালক।৯
শিক্ষা
মাইৰিয়ে স্কুল অফ আৰ্ট ইনষ্টিটিউট অফ চিকাগো আৰু উইলিয়ামছ্ মহাবিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিছে।৬
নিৰ্বাচিত প্ৰদৰ্শনীসমূহ
- সমকালীন ডেভিডচন,নিউয়ৰ্ক(২০১০)১০
- হেড পাৰ্ক আৰ্টচ চেণ্টাৰ, চিকাগো (২০১০)১১
- নিউ মিউজিয়াম অফ কনটেম্পোৰাৰি আৰ্ট, নিউয়ৰ্ক (২০১১)১২
- মিউজিয়াম অফ কনটেম্পোৰাৰি আৰ্ট চিকাগো, চিকাগো (২০১২)১৩১৪
- মূল আৰু সংস্কৃতি, চিকাগো (২০১৪)।১৫
- ছেন কেম্পবেল, চিকাগো (২০১৬)১৬
- ভক্স প'পুলি, ফিলাডেলফিয়া (২০১৬)১৭১০
বঁটা আৰু সন্মান
তথ্যসূত্ৰ
- ↑ eliza myrie. Chicago Artists Coalition
- ↑ Eliza Myrie. Artadia
- ↑ Tie Up: Eliza Myrie & Yasmin Spiro in Conversation
- ↑ Eliza Myrie. ArtSlant
- ↑ Myrie, Eliza. Building a Wall Through My Father. 3Arts: 3AP – MAKE ART WORK
- ↑ Eliza Myrie. Santa Fe Art Institute
- ↑ Simchak, Courtney; Myrie, Eliza. Visual Arts: Eliza Myrie · Newfound
- ↑ eliza myrie - Artist. MacDowell
- ↑ Valentine, Jina; Myrie, Eliza. The myth of the comprehensive historical archive. Wikipedia @ 20
- ↑ Reichert, Elliot. (2016-09-15). Art 50 2016 · Newcity Art - Part 5. art.newcity.com
- ↑ Eliza Myrie · Artist Profile with Bio. www.mutualart.com
- ↑ Exhibitions. New Museum Digital Archive
- ↑ (2012-01-01). Skyscraper. MCA
- ↑ Darby, Angela. (2012-06-01). Aesthetica Magazine - Humanising A Modernist Icon. Aesthetica Magazine
- ↑ Morris, Matt. (2014-09-29). Review: Daniel Giles and Eliza Myrie/Roots & Culture · Newcity Art. art.newcity.com
- ↑ SHANE CAMPBELL GALLERY — Chicago and Vicinity - 2016. SHANE CAMPBELL GALLERY
- ↑ Populi, Vox. Vox Populi > Eliza Myrie. Vox Populi
- ↑ Rockett, Darcel. Uptown, Garfield Park artists Eliza Myrie and Caroline Kent win $10K from national arts nonprofit Artadia. chicagotribune.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলিজা মাইৰি” প্ৰবন্ধৰ সংশোধন ৬২৩৫০৮ (৫ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।