অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

এলাহাবাদী মধুৰীআম

এলাহাবাদী মধুৰীআম বা এলাহাবাদী চুৰখা, যাক এপল গুৱাভা বুলিও জনা যায়, সাধাৰণ বগা ৰঙৰ পৰিৱৰ্তে ভিতৰত গভীৰ গোলাপী ৰঙৰ আৰু বাহিৰৰ ছাল আপেলৰ দৰে ৰঙা। এই ফলটো মিঠা, আৰু কম গুটিৰ সৈতে প্ৰচুৰ সোৱাদযুক্ত আৰু দুয়ো মূৰ সমান্য চাপ খোৱা হয়। উদ্ভিদবোৰ শক্তিশালী, গম্বুজ আকৃতিৰ আৰু সংকুচিত।

হালনাগাদ: ৯ ছেপ্তেম্বৰ ২০২৫ ৯১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

এলাহাবাদী মধুৰীআম বা এলাহাবাদী চুৰখা, যাক এপল গুৱাভা বুলিও জনা যায়১২, সাধাৰণ বগা ৰঙৰ পৰিৱৰ্তে ভিতৰত গভীৰ গোলাপী ৰঙৰ আৰু বাহিৰৰ ছাল আপেলৰ দৰে ৰঙা।৩ এই ফলটো মিঠা, আৰু কম গুটিৰ সৈতে প্ৰচুৰ সোৱাদযুক্ত আৰু দুয়ো মূৰ সমান্য চাপ খোৱা হয়। উদ্ভিদবোৰ শক্তিশালী, গম্বুজ আকৃতিৰ আৰু সংকুচিত।৪ এই মধুৰীআমৰ উত্তৰ প্ৰদেশ অঞ্চলৰ এলাহাবাদ অঞ্চলত খেতি কৰা হয়।৫ এলাহাবাদী চুৰখাৰ খেতি বৰ্তমান প্ৰায় ১০০০ হেক্টৰ মাটিত কৰা হয়, প্ৰধানকৈ কৌশাম্বী আৰু কৌৰিহাৰ -এলাহাবাদৰ দ্বিতীয় জিলাৰ অন্তৰ্গত খেতি কৰা হয়।৬ এই ফলবিধ চিকিৎসা গুণৰ বাবে জনাজাত, যেনে শীতকালত ই ৰোগৰ লক্ষণসমূহ নিষ্ক্ৰিয় কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Prayagraj's iconic Allahabadi Surkha guava may soon be available year-round
  2. ↑ Guava: Apple of tropics. The Telegraph
  3. ↑ Rashid, Omar. Fruit of labour. The Hindu
  4. ↑ Psidium guajava
  5. ↑ Allahabad Surkha (Geographical Indication), Uttar Pradesh (India). www.google.com
  6. ↑ Allahabadi Surkha to reach Middle East, Pakistan - Times of India. The Times of India

সম্পৰ্কিত শ্ৰেণী

ফলভৌগোলিক স্বীকৃতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলাহাবাদী মধুৰীআম” প্ৰবন্ধৰ সংশোধন ৫৩৭৯২৮ (৯ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।