অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

এড'বি ইন্‌ক.

এড'বি ইন্‌কৰ্পৰেটেড (Adobe Inc., যাক ২০১৮ চনৰ ৩ অক্টোবৰ পৰ্যন্ত এড'বি ছিষ্টেম্‌চ ইন্‌কৰ্পৰেটেড বোলা হৈছিল) হ'ল আমেৰিকাৰ এটা বহুজাতিক ছ'ফ্টৱেৰ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্ণিয়াৰ ছেন হ'জে চহৰত অৱস্থিত।

হালনাগাদ: ২ জুন ২০২০ ৭৭ শব্দ · ১ মিনিট সংগৃহীত ৬০
সংশোধনৰ পৰামৰ্শ

এড'বি ইন্‌কৰ্পৰেটেড (Adobe Inc., যাক ২০১৮ চনৰ ৩ অক্টোবৰ পৰ্যন্ত এড'বি ছিষ্টেম্‌চ ইন্‌কৰ্পৰেটেড বোলা হৈছিল) হ'ল আমেৰিকাৰ এটা বহুজাতিক ছ'ফ্টৱেৰ কোম্পানী। ইয়াৰ মুখ্য কাৰ্যালয় কেলিফ'ৰ্ণিয়াৰ ছেন হ'জে চহৰত অৱস্থিত। ই পূৰ্বৰে পৰা মাল্টিমিডিয়া আৰু ক্ৰিয়েটিভিটী ছ'ফ্টৱেৰ সৃষ্টি কৰি আহিছে আৰু শেহতীয়াকৈ ডিজিটেল মাৰ্কেটিং ছ'ফ্টৱেৰ সৃষ্টি কৰিবলৈ ধৰিছে। এড'বি ফ্লেশ্ব ৱেব ছ'ফ্টৱেৰ ইক'ছিষ্টেম, ফ'ট'শ্ব'প ইমেজ এডিটৰ, এড'বি ইলুষ্ট্ৰেটৰ ভেক্টৰ গ্ৰাফিক্স এডিটৰ, এক্ৰবেট ৰীডাৰ আৰু এড'বি ক্ৰিয়েটিভ ছুইটৰ লগতে ইয়াৰ নতুন সংস্কৰণ এড'বি ক্ৰিয়েটিভ ক্লাউডৰ বাবে ই বিশেষকৈ জনাজাত।

সম্পৰ্কিত শ্ৰেণী

কোম্পানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এড'বি ইন্‌ক.” প্ৰবন্ধৰ সংশোধন ২৩৪৩৮৬ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।