উমাৰজী অনুৰাধা (তেলেগু: ఉమర్జీ అనూరాధ, Umarji Anuradha) এগৰাকী ভাৰতীয় তেলেগু ভাষাৰ লেখক। তেওঁক তেলেগু চলচ্চিত্ৰ আৰু সাংবাদিকতা ক্ষেত্ৰত কৰা কামৰ বাবে জনা যায়। তেওঁ সৰ্বাধিক প্ৰচাৰিত তেলেগু সাপ্তাহিক চলচ্চিত্ৰালোচনী চিতাৰা ফিল্ম ৱিকলি মেগাজিনত ভেণ্ডি তেৰা নিৰ্দেশকুলুৰ দৰে চলচ্চিত্ৰৰ সৰ্ব্ববৃহৎ ব্যক্তিস্বত্বাসমূহৰ বিষয়ে ধাৰাবাহিকভাৱে লিখিছিল।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উমৰজী অনুৰাধা” প্ৰবন্ধৰ সংশোধন ৪১৩৮৮১ (২৪ মাৰ্চ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।