অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

উভচৰবিদ্যা

জীৱ বিজ্ঞানৰ যি শাখাই বেং, চেল্মেণ্ডাৰ, নিউট তথা চিচিলাৰৰ দৰে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন তথা গবেষণা কৰে, সেই শাখাকে উভচৰবিদ্যা বোলা হয়। শাখটো ইংৰাজীত batrachology (বাট্ৰাকোলোজী) নামেৰে পৰিচিত। যিসকলে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে, সেইসকলক উভচৰবিদ বোলা হয়।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ৭২ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

জীৱবিজ্ঞানৰ যি শাখাই বেং, চেল্মেণ্ডাৰ, নিউট তথা চিচিলাৰৰ দৰে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন তথা গবেষণা কৰে, সেই শাখাকে উভচৰবিদ্যা বোলা হয়। শাখটো ইংৰাজীত batrachology (বাট্ৰাকোলোজী) নামেৰে পৰিচিত। যিসকলে উভচৰ প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে, সেইসকলক উভচৰবিদ বোলা হয়। কোনো কোনোৱে উভচৰবিদ্যাক বহলভাৱে সৰীসৃপবিদ্যা(herpetology)ৰো অন্তৰ্ভুক্ত কৰে।১

উভচৰ

উভচৰ হ'ল শীতল তেজৰ প্ৰাণী আৰু প্ৰায় একেলগে গোট হিচাপে বাস কৰে। পৃথিবীত প্ৰায় ৬৭০০টি প্ৰজাতিৰ উভচৰ পোৱা যায়।২ আবাসস্থল ধ্বংসৰ ফলত, উভচৰ বৰ্তমান অস্তিত্বৰ সংকটত ভুগিছে।

তথ্যসূত্ৰ

  1. ↑ Batrachology: The Study of Amphibians. Save the Frogs
  2. ↑ AmphibiaWeb. AmphibiaWeb

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উভচৰবিদ্যা” প্ৰবন্ধৰ সংশোধন ৩৮০১৯৫ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।