অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

মনোবিজ্ঞানী

মনোবিজ্ঞানী (Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে।

হালনাগাদ: ১২ ডিচেম্বৰ ২০২০ ৪৪ শব্দ · ১ মিনিট সংগৃহীত ৬৬
সংশোধনৰ পৰামৰ্শ

মনোবিজ্ঞানী (Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে। এই বৃত্তিৰ লগত জড়িত ব্যক্তিসকলে পৰীক্ষা-নিৰীক্ষা, পৰ্যবেক্ষণ, আৰু ৰেকৰ্ডিঙৰ দ্বাৰা ব্যক্তিবিশেষৰ পাৰস্পৰিক আন্তঃসম্পৰ্ক আৰু পৰিৱেশৰ ওপৰত সৃষ্টি হোৱা প্ৰভাৱৰ মূল্যাংকন কৰে।১

তথ্যসূত্ৰ

  1. ↑ U.S. Department of Labor, Bureau of Labor Statistics, Occupational Outlook Handbook: Psychologists

সম্পৰ্কিত শ্ৰেণী

পেচামনোবিজ্ঞানীমনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মনোবিজ্ঞানী” প্ৰবন্ধৰ সংশোধন ২৫৪২৬৭ (১২ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।