অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

উইলিয়াম কেৰী বিশ্ববিদ্যালয়

উইলিয়াম কেৰী বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ শ্বিলংত অৱস্থিত। বিশ্ববিদ্যালয়খন উইলিয়াম কেৰী এক্ট ২০০৫ (গেজেট অৱ মেঘালয় নং ৭৬)ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। এই আইনৰ জৰিয়তেই বিশ্ববিদ্যালয়খন বেপ্টিষ্ট মিছনেৰী উইলিয়াম কেৰীৰ সন্মানত নামকৰণ কৰি প্ৰতিষ্ঠা কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল।

হালনাগাদ: ২১ ছেপ্তেম্বৰ ২০২৫ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

উইলিয়াম কেৰী বিশ্ববিদ্যালয় ভাৰতৰ মেঘালয় ৰাজ্যৰ শ্বিলংত অৱস্থিত। বিশ্ববিদ্যালয়খন উইলিয়াম কেৰী এক্ট ২০০৫ (গেজেট অৱ মেঘালয় নং ৭৬)ৰ অধীনত প্ৰতিষ্ঠা কৰা হৈছে। এই আইনৰ জৰিয়তেই বিশ্ববিদ্যালয়খন বেপ্টিষ্ট মিছনেৰী উইলিয়াম কেৰীৰ সন্মানত নামকৰণ কৰি প্ৰতিষ্ঠা কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল। বিশ্ববিদ্যালয়খন মূলতঃ উচ্চ শিক্ষাৰ বাবে উৎসৰ্গিত কৰা হৈছিল।১২৩৪৫

তথ্যসূত্ৰ

  1. ↑ Chancellor Massage - WCU. williamcareyuniversity.ac.in
  2. ↑ Private University Meghalaya. বিশ্ববিদ্যালয় অনুদান আয়োগ
  3. ↑ William Carey University, India. 4icu
  4. ↑ Gazette of Meghalaya. Government of Meghalaya
  5. ↑ The Meghalayan Bureau. (7 November 2023). 3rd Convocation of William Carey University to be held on November 8. The Meghalayan

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “উইলিয়াম কেৰী বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৫৩৯৫৪২ (২১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।