অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

ঈমান

ঈমান শব্দৰ আভিধানিক অৰ্থ দৃঢ় বিশ্বাস। ইছলামত ঈমানৰ অৰ্থ অত্যন্ত ব্যাপক। ঈমানৰ ছয়টা অঙ্গ হৈছে * আল্লাহ্‌ৰ প্ৰতি ঈমান। আল্লাহ এক, তেখেত অবিহনে অন্য কোনো উপাস্য নাই।

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১৪৪ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ঈমান শব্দৰ আভিধানিক অৰ্থ দৃঢ় বিশ্বাস। ইছলামত ঈমানৰ অৰ্থ অত্যন্ত ব্যাপক১। ঈমানৰ ছয়টা অঙ্গ হৈছে২৩৪৫

কোৰআন আৰু হাদিছত বৰ্ণিত

“ আল্লাহৰপৰা ৰছুলৰ প্ৰতি যি অৱতীৰ্ণ হৈছিল সেয়া ৰছুলে বিশ্বাস কৰে আৰু বিশ্বাস স্থাপনকাৰীসকলেও কৰে। তেওঁলোক সকলোৱেই আল্লাহ, তেওঁৰ ফিৰিস্তাসকল, তেওঁৰ পুথিসমূহ আৰু তেওঁৰ ৰছুলসকলক বিশ্বাস কৰে আৰু মানে আৰু তেওঁলোকে কয়- ‘আল্লাহৰ ৰছুলসকলৰ মাজত আমি কোনো পাৰ্থক্য নকৰো। আমি আদেশ শুনিলো আৰু সেইমতে চলিম বুলি মানি ল’লো। হে আমাৰ প্ৰভু, আমাৰ পাপ মোচন কৰা আৰু তোমালৈকে আমাৰ প্ৰত্যাগমন।”৬

ইয়াৰ উপৰিও ৰাছুল চাল্লাল্লাহু ‘আলাইহি ওয়াছাল্লাম-ক ঈমান সম্পৰ্কে জিজ্ঞেস প্ৰশ্ন কৰাত তেখেতে কৈছে,

“ঈমান হৈছে, আল্লাহ্‌ৰ প্ৰতি, তেওঁৰ ফেৰেস্তামণ্ডলীৰ প্ৰতি, তেওঁৰ কিতাপসমূহৰ প্ৰতি, তেওঁৰ ৰাছুলসকলৰ প্ৰতি আৰু তাক্বদীৰৰ ভাল-বেয়াৰ প্ৰতি বিশ্বাস স্থাপন কৰা।”৭

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Farāhī, Majmū‘ah Tafāsīr, 2nd ed. (Faran Foundation, 1998), 347. (ইংৰাজী ভাষাত)
  2. ↑ ছহীহ বুখাৰী, ছহীহ বুখাৰী, অধ্যায়ঃ ০২, পৰ্বঃ ঈমান, হাদিছ নম্বৰঃ ৪৮
  3. ↑ [quran-2/285]
  4. ↑ Musnad Ahmad" (ইংৰাজী ভাষাত)
  5. ↑ [quran-95/6]
  6. ↑ কোৰআনঃ২/২৮৫
  7. ↑ হাদিছঃ মুছলিম

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ঈমান” প্ৰবন্ধৰ সংশোধন ৩৮০১৪৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।