অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

ইষ্ট বেংগল ফুটবল ক্লাবৰ ছিজনৰ তালিকা

ইষ্ট বেংগল ফুটবল ক্লাব হৈছে কলকাতাত অৱস্থিত ভাৰতৰ পেচাদাৰী ফুটবল সংস্থান। ১৯২০ চনত কলকাতাত এই ক্লাবটো গঠন কৰা হৈছিল। এই ক্লাবটোৱে তিনিবাৰকৈ লীগ চেম্পিয়নশ্বীপ আৰু সাতবাৰকৈ ফেডাৰেশ্বন কাপৰ বিজয়ী দলৰ সন্মান লাভ কৰিছে।

হালনাগাদ: ২৬ আগষ্ট ২০২১ ১১৮ শব্দ · ১ মিনিট সংগৃহীত ৫১
সংশোধনৰ পৰামৰ্শ

ইষ্ট বেংগল ফুটবল ক্লাব হৈছে কলিকতাত অৱস্থিত ভাৰতৰ পেচাদাৰী ফুটবল সংস্থান। ১৯২০ চনত কলকাতাত এই ক্লাবটো গঠন কৰা হৈছিল। এই ক্লাবটোৱে তিনিবাৰকৈ লীগ চেম্পিয়নশ্বীপ আৰু সাতবাৰকৈ ফেডাৰেশ্বন কাপৰ বিজয়ী দলৰ সন্মান লাভ কৰিছে।

Key

  • P = মুঠ খেল
  • W = জয়
  • D = ড্ৰ
  • L = পৰাজয়
  • F = গ'ল (নিজৰ)
  • A = গ'ল (বিৰূদ্ধে)
  • Pts = পইণ্ট
  • Pos = Final position
  • Div 1 = নেচনেল ফুটবল লীগ

(ইং ৱিকি: National Football League)

  • IL = আই-লীগ
  • F = ফাইনেল
  • Group = গ্ৰুপ ষ্টেজ
  • R16 = Round of 16
  • QF = কোৱাৰ্টাৰ ফাইনেল
  • R1 = প্ৰথম ৰাউণ্ড
  • R2 = দ্বিতীয় ৰাউণ্ড
  • R3 = তৃতীয় ৰাউণ্ড
  • R4 = চতুৰ্থ ৰাউণ্ড
  • R5 = পঞ্চম ৰাউণ্ড
  • R6 = ষষ্ঠ ৰাউণ্ড
  • SF = ছেমি-ফাইনেল
1st or Wবিজয়ী
2nd or RUৰাণাৰ্ছ-আপ
উন্নীত
অৱনতি
♦ডিভিজনত সৰ্ব্বোচ্চ গ'লদাতা

ছিজনসমূহ

+ ছিজন অনুসৰি বিভিন্ন প্ৰতিযোগিতাৰ ফলাফলসমূহ
ছিজনDivisionPWDLFAPtsPosফেডাৰেশ্বন কাপছুপাৰ কাপএছিয়াRound reachedনামগ’ল
লীগসৰ্বোচ্চ গ’লদাতা
১৯৯৬-৯৭Div 1১৯১০৬৩২৫১৩৩৬৩য়W
১৯৯৭-৯৮Div 1১৮৮৭৩১৮১০৩১২য়Wএছিয়ান কাপ ৱিনাৰ্ছ কাপR2
১৯৯৮-৯৯Div 1২০১৩৬১৩৩১০৪৫২য়RUএছিয়ান কাপR1
১৯৯৯-২০০০Div 1২২৮৮৬২৫২১৩২৭তম
২০০০-০১Div 1২২১৩৭২৩০৯৪৬১ম
২০০১-০২Div 1২২১১৩৮৩১২৩৩৬৫ম
২০০২-০৩Div 1২২১৫৪৩৪৪২২৪৯১ম
২০০৩-০৪Div 1২২১৫৪৩৩৭১৩৪৯১মRUAFC CupQF——
২০০৪-০৫Div 1২২১৩৪৫৩৪১৬৪৩৩য়AFC Cupগ্ৰুপ——
২০০৫-০৬Div 1১৭৯৪৪২৫১৬৩১২য়
২০০৬-০৭Div 1১৮৭৫৬২৯২৯২৬৫মW——
২০০৭-০৮IL১৮৫৪৯১৭২৩১৯ষষ্ঠWAFC Cupগ্ৰুপEdmilson৮
২০০৮-০৯IL২২৭৭৮৩১২৬২৮ষষ্ঠRUসুনীল চেত্ৰী৯
২০০৯-১০IL২৬৭১০৯২৭৩১৩১নৱমWAFC Cupগ্ৰুপ৯
২০১০-১১IL২৬১৫৬৫৪৪২১৫১২য়WRUAFC Cupগ্ৰুপ১৭
২০১১-১২IL২৬১৫৬৫৪৬২২৫১২য়FWAFC Cupগ্ৰুপTolgay Özbey১৮

সম্পৰ্কিত শ্ৰেণী

ফুটবলভাৰতত ক্ৰীড়া

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইষ্ট বেংগল ফুটবল ক্লাবৰ ছিজনৰ তালিকা” প্ৰবন্ধৰ সংশোধন ২৯২৬০১ (২৬ আগষ্ট ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।