ইলতিজা মেহবুবা মুফতি (ইংৰাজী: Iltija Mehbooba Mufti) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ।১ জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতীৰ কন্যা।২
ৰাজনৈতিক কেৰিয়াৰ
ভাৰতীয় সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত ২০১৯ চনত মাতৃ মেহবুবা মুফতীক আটক কৰি ৰখাৰ সময়তে ইলতিজাই চৰ্চালৈ আহে।৩ এই সময়ছোৱাত ইলটিজাই মাকৰ ছ’চিয়েল মিডিয়া পৰিচালনা কৰিছিল আৰু কাশ্মীৰৰ পৰিস্থিতিৰ বিষয়ে ৰাজহুৱাভাৱে কয়। কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যক প্ৰত্যাহ্বান জনাইছিল আৰু অঞ্চলটোৰ মানৱ অধিকাৰৰ বিষয়সমূহৰ ওপৰত আলোকপাত কৰিছিল। ২০২৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁৰ ঘৰুৱা আসন বিজবেহাৰাত পৰাস্ত হৈছিল এইদৰে ২২ বছৰৰ পাছত ঘৰুৱা ক্ষেত্ৰত পিডিপিৰ প্ৰথমটো পৰাজয়।
তথ্যসূত্ৰ
- ↑ Insider tears into Muftis and family party 02.03.2016
- ↑ results.eci.gov.in/AcResultGenOct2024/candidates
- ↑ Iltija Mufti made her electoral debut from Bijbehara, the same constituency where her mother, Mehbooba Mufti, started her journey in 1996.Oct 08, 2024 03:13 PM IST
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইলতিজা মুফতি” প্ৰবন্ধৰ সংশোধন ৫২৭৫৫১ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।