অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইয়' জিমা

ইয়' জিমা, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)। ই ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত।

হালনাগাদ: ৯ ফেব্ৰুৱাৰী ২০১৯ ৯৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ইয়' জিমা, officially Iō-tō, হৈছে জাপানৰ তিনিটা আগ্নেয়গিৰি দ্বীপৰ মাজৰটো। পশ্চিম প্ৰশান্ত মহাসাগৰত অৱস্থিত এই দ্বীপটো প্ৰায় ৫ মাইল (৮ কি:মি:) দীঘল, ৭৩০ মিটাৰ-৪ কি:মি: বহল, আৰু ইয়াৰ মাটিকালি ৮ বৰ্গমাইল (২০ বৰ্গকি:মি:)।১ ই ট'কিয়' পৰা ৬৫০ নটিকেল মাইল (৭৫০ মাইল; ১২০০ কি:মি:) দূৰত অৱস্থিত। ১৯৪৫ চনলৈকে ই জাপানৰ অধীন আছিল। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ১৯৪৫ চনৰ ফ্ৰেব্ৰুৱাৰী-মাৰ্চত ইয়াতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু জাপানৰ মাজত ইয়' জিমাৰ যুদ্ধ সংঘটিত হৈছিল। মাৰ্চ মাহৰ মাজভাগমানত এই দ্বীপ আমেৰিকা যুক্তৰাষ্ট্ৰ‌ই অধিকাৰ কৰে। আমেৰিকাৰ উৰাজাহাজবোৰ জাপানলৈ যাবৰ বাবে ইয়াক ঘাটি হিচাপে ব্যৱহাৰ কৰা হৈছিল। ১৯৬৮ চনত ইয়াক পুনৰ জাপানৰ শাসনলৈ স্থানান্তৰিত কৰা হয়।

তথ্যসূত্ৰ

  1. ↑ (2013). Britannica Reference Encyclopedia. Encyclopaedia Britannica Inc. পৃ. 369

সম্পৰ্কিত শ্ৰেণী

সাগৰীয় দ্বীপজাপানআগ্নেয়গিৰি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইয়' জিমা” প্ৰবন্ধৰ সংশোধন ১৯০১৭১ (৯ ফেব্ৰুৱাৰী ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।