অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ইমানুৱেল চাৰ্পেণ্টিয়ে

ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে (Emmanuelle Marie Charpentier; জন্ম: ১১ ডিচেম্বৰ ১৯৬৮) এগৰাকী ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ। ২০২০ চনত তেওঁ আৰু জেনিফাৰ ডাউডনাক "জিনম সম্পাদনাৰ বাবে এটা পদ্ধতিৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা প্ৰদান কৰা হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭৭
সংশোধনৰ পৰামৰ্শ

ইমানুৱেল মাৰি চাৰ্পেণ্টিয়ে (Emmanuelle Marie Charpentier; জন্ম: ১১ ডিচেম্বৰ ১৯৬৮) এগৰাকী ফৰাচী অণুজীৱবিদ, বংশগতিবিদ আৰু জৈৱ ৰসায়নবিদ। ২০১৫ চনৰ পৰা তেওঁ বাৰ্লিনৰ মেক্স প্লেংক সংক্ৰামক জীৱবিজ্ঞান প্ৰতিষ্ঠানৰ সঞ্চালক পদত অধিষ্ঠিত। ২০১৮ চনত তেওঁ বীজাণুবিজ্ঞানৰ বাবে এক স্বতন্ত্ৰ গৱেষণা প্ৰতিষ্ঠান মেক্স প্লেংক একক স্থাপন কৰিছিল।১ ২০২০ চনত তেওঁ আৰু জেনিফাৰ ডাউডনাক "জিনম সম্পাদনাৰ বাবে এটা পদ্ধতিৰ বিকাশৰ বাবে" ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা প্ৰদান কৰা হয়।২৩

তথ্যসূত্ৰ

  1. ↑ (19 April 2017). CRISPR discoverer gets own research institute
  2. ↑ Press release: The Nobel Prize in Chemistry 2020. Nobel Foundation
  3. ↑ Wu, Katherine J.; Peltier, Elian. (7 October 2020). Nobel Prize in Chemistry Awarded to 2 Scientists for Work on Genome Editing – Emmanuelle Charpentier and Jennifer A. Doudna developed the Crispr tool, which can alter the DNA of animals, plants and microorganisms with high precision.. The New York Times

সম্পৰ্কিত শ্ৰেণী

ফ্ৰান্সৰ ব্যক্তিজৈৱ ৰসায়নবিদৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইমানুৱেল চাৰ্পেণ্টিয়ে” প্ৰবন্ধৰ সংশোধন ৬২৪৭১৩ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।