ইন্দ্ৰনাৰায়ণ (১৬৭৭ - ১৭২৫) সপ্তদশ-অষ্টদশ শতিকাৰ দৰঙৰ ৰজা। পিতৃ চন্দ্ৰনাৰায়ণ। এখেতৰ ককায়েক সূৰ্যনাৰায়ণক মোগলে ধৰি লৈ যোৱাৰ পাছত আহোমে এখেতক দৰঙৰ ৰজা পাতে। দৰং ৰাজ্যৰ পৰিসৰ এখেতৰ দিনতে ভালেখিনি টুটি আহে।।১
তথ্যসূত্ৰ
- ↑ বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইন্দ্ৰনাৰায়ণ” প্ৰবন্ধৰ সংশোধন ১০৭৩২৮ (১৫ ডিচেম্বৰ ২০১২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।