অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী

ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন ১৯৫৪ চনত স্থাপিত হৈছিল। ইহ ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ অধীনত এক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থা।এইখন অনুষ্ঠানে ভাৰতৰ ৰাজহুৱা প্ৰশাসন আৰু শাসন-ব্যৱস্থাৰ সৈতে জড়িতসকলক প্ৰশিক্ষণ আৰু গৱেষণাত সহায় কৰে।

হালনাগাদ: ১৯ জুলাই ২০২৬ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন ১৯৫৪ চনত স্থাপিত হৈছিল। ইহ ভাৰত চৰকাৰৰ কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰ্যালয়ৰ অধীনত এক গৱেষণা আৰু প্ৰশিক্ষণ সংস্থা।১২এইখন অনুষ্ঠানে ভাৰতৰ ৰাজহুৱা প্ৰশাসন আৰু শাসন-ব্যৱস্থাৰ সৈতে জড়িতসকলক প্ৰশিক্ষণ আৰু গৱেষণাত সহায় কৰে। প্ৰতিষ্ঠানটোত বিভিন্ন অসামৰিক কৰ্মচাৰী, বিদ্বান ন্যায়িক বিষয়া, ৰাজহুৱা প্ৰশাসক আদিৰ বাবে নিয়মীয়াকৈ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। বৰ্তমান সুৰেন্দ্ৰ নাথ ত্ৰিপাঠী প্ৰতিষ্ঠানটোৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।৩

তথ্যসূত্ৰ

  1. ↑ About – IIPA
  2. ↑ (11 December 2019). Shiksha: Indian Institute of Public Administration. Shiksha (NGO)
  3. ↑ IIPA: Indian Institute of Public Administration

সম্পৰ্কিত শ্ৰেণী

চৰকাৰী সংস্থা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইণ্ডিয়ান ইনষ্টিটিউট অৱ পাব্লিক এডমিনিষ্ট্ৰেচন, নতুন দিল্লী” প্ৰবন্ধৰ সংশোধন ৬১৮১৮০ (১৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।