ইডিয়া (প্ৰাচীন গ্ৰীক: Ἰδυῖα, ইংৰাজী: Idyia) বা ইডিয়া (প্ৰাচীন গ্ৰীক: Εἰδυῖα, ইংৰাজী: Eidyia) গ্ৰীক শ্ৰুতিকথা অনুসৰি টাইটান অ'চেনাছ আৰু টেথিছৰ তিনি হাজাৰ অ'চেনিডৰ ভিতৰত অন্যতম সামুদ্ৰিক দেৱী৷১২৩ তেওঁ কলকিছৰ ৰজা এইটেছৰ ৰাণী আছিল।৪ তেওঁলোকৰ সন্তান হৈছে মেডিয়া, চালচিঅ'প আৰু এবচিৰ্টাছ।৫৬ ৰোডছৰ এপ'লনিয়াছৰ মতে তেওঁ অ'চেনিডসকলৰ ভিতৰত আটাইতকৈ সৰু আছিল।৭ তেখেতৰ নামৰ অৰ্থ হৈছে "সুন্দৰ মুখৰ"৮ বা "জ্ঞানীজন"৯ যিটো গ্ৰীক ভাষাৰ εἴδω (উচ্চাৰণ: ইডো) শব্দৰ পৰা উদ্ভৱ হৈছে যাৰ অৰ্থ হৈছে "দেখা" বা "জানিব পৰা"।
তথ্যসূত্ৰ
- ↑ Hesiod, থিঅ'গনি 349 & 362–366; Homeric Hymn to Demeter 5 & 418; Apollodorus,1.2.2
- ↑ Kerényi, Carl. (1951). The Gods of the Greeks. Thames and Hudson. পৃ. 41
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 122. ISBN 9780786471119
- ↑ Apollonius Rhodius, 3.241–244, 269
- ↑ Hesiod, Theogony 960; Apollodorus, 1.9.23; Hyginus, Fabulae 25
- ↑ Accounts vary on the name of Absyrtus' mother, and only Apollodorus (1.9.23) seems to consider him full brother of Medea; see Absyrtus
- ↑ Apollonius Rhodius, 3.243–244
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 119. ISBN 9780786471119
- ↑ Bane, Theresa. (2013). Encyclopedia of Fairies in World Folklore and Mythology. McFarland, Incorporated, Publishers. পৃ. 189. ISBN 9780786471119
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইডিয়া” প্ৰবন্ধৰ সংশোধন ৬৩১৭০২ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।