অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয়

ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। এইখন মেঘালয়ৰ শ্বিলংত অৱস্থিত। মহাবিদ্যালয়খন ১৯৫২ চনত স্থাপন কৰা হৈছে। এইখন নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ সৈতে জড়িত হৈ আছে।

হালনাগাদ: ১৬ ছেপ্তেম্বৰ ২০২৫ ৪৬ শব্দ · ১ মিনিট সংগৃহীত ৮৪
সংশোধনৰ পৰামৰ্শ

ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয় এখন সাধাৰণ স্নাতক মহাবিদ্যালয়। এইখন মেঘালয়ৰ শ্বিলংত অৱস্থিত। মহাবিদ্যালয়খন ১৯৫২ চনত স্থাপন কৰা হৈছে। এইখন নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ সৈতে জড়িত হৈ আছে।১

বিভাগসমূহ

২

বিজ্ঞান

  • পদাৰ্থ বিজ্ঞান
  • গণিত
  • ৰসায়ন বিজ্ঞান
  • উদ্ভিদ বিজ্ঞান
  • প্ৰাণী বিজ্ঞান
  • নিউট্ৰেচন

কলা

  • ইংৰাজী
  • ইতিহাস
  • শিক্ষা
  • অৰ্থনীতি
  • দৰ্শন
  • ভূগোল
  • ৰাজনীতি বিজ্ঞান

বাণিজ্য

  • বাণিজ্য

তথ্যসূত্ৰ

  1. ↑ Affiliated College of North Eastern Hill University
  2. ↑ Union christian college, Meghalaya. Collegedunia

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউনিয়ন খ্ৰীষ্টান কলেজ, মেঘালয়” প্ৰবন্ধৰ সংশোধন ৫৩৮৯৬৫ (১৬ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।